• Home
  • »
  • News
  • »
  • assam
  • »
  • ‘পুহ গ'ল মাঘ হ'ল, আমাৰ মেজি জ্বলি গ’ল’- আজি হেঁপাহৰ ভোগালী বিহু, ৰাজ্যজুৰি উচাহৰ ঢল

‘পুহ গ'ল মাঘ হ'ল, আমাৰ মেজি জ্বলি গ’ল’- আজি হেঁপাহৰ ভোগালী বিহু, ৰাজ্যজুৰি উচাহৰ ঢল

পুৱাই মেজিত অগ্নিসংযোগ কৰি শান্তি–সম্প্ৰীতি বিচাৰি প্ৰাৰ্থনা

পুৱাই মেজিত অগ্নিসংযোগ কৰি শান্তি–সম্প্ৰীতি বিচাৰি প্ৰাৰ্থনা

পুৱাই মেজিত অগ্নিসংযোগ কৰি শান্তি–সম্প্ৰীতি বিচাৰি প্ৰাৰ্থনা

  • Share this:
আজি হেঁপাহৰ ভোগালী বিহু। পুৱাই অগ্নি দেৱতাক সেৱা জনাই ৰাজ্যত শান্তি, সম্প্ৰীতিৰ বাবে প্ৰাৰ্থনা। সমাজৰ পৰা অসুয়া-অশান্তি নাশ কৰি অসমৰ সাতামপুৰুষীয়া সম্প্ৰীতিৰ বান্ধোন সুদৃঢ় কৰাৰ সংকল্পৰে ৰাইজে উলহ-মালহেৰে উদযাপন কৰিছে ভোগৰ উৎসৱ ভোগালী বিহু। মেজিস্থলীতে জ্যেষ্ঠজনক সেৱা জনাই লগে ভাগে জলপানৰ জুতি ল’লে সকলোৱে।



Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি