News18 AssamNews18 Assam
|
News18-Assam Updated:January 14, 2021, 9:25 AM IST
পুৱাই মেজিত অগ্নিসংযোগ কৰি শান্তি–সম্প্ৰীতি বিচাৰি প্ৰাৰ্থনা
পুৱাই মেজিত অগ্নিসংযোগ কৰি শান্তি–সম্প্ৰীতি বিচাৰি প্ৰাৰ্থনা
আজি হেঁপাহৰ ভোগালী বিহু। পুৱাই অগ্নি দেৱতাক সেৱা জনাই ৰাজ্যত শান্তি, সম্প্ৰীতিৰ বাবে প্ৰাৰ্থনা। সমাজৰ পৰা অসুয়া-অশান্তি নাশ কৰি অসমৰ সাতামপুৰুষীয়া সম্প্ৰীতিৰ বান্ধোন সুদৃঢ় কৰাৰ সংকল্পৰে ৰাইজে উলহ-মালহেৰে উদযাপন কৰিছে ভোগৰ উৎসৱ ভোগালী বিহু। মেজিস্থলীতে জ্যেষ্ঠজনক সেৱা জনাই লগে ভাগে জলপানৰ জুতি ল’লে সকলোৱে।