বঙাইগাঁৱত ডাইনছৰ আকৃতিৰ ভেলাঘৰ

News18 Assam | News18-Assam
Updated:January 13, 2021, 1:23 PM IST
বঙাইগাঁৱত ডাইনছৰ আকৃতিৰ ভেলাঘৰ
হাঁহে–মাহে ৰাইজে এসাঁজ খোৱাৰ বাবে ব্যাপক আয়োজন চলাইছে।

হাঁহে–মাহে ৰাইজে এসাঁজ খোৱাৰ বাবে ব্যাপক আয়োজন চলাইছে।

  • Share this:
বঙাইগাঁৱৰ টেঙাইগাঁৱত ডাইনছৰ আকৃতিৰ ভেলাঘৰ৷ খেৰ, নৰা আৰু বাঁহৰে স্থানীয় যুৱকসকলে সাজি উলিয়াইছে এই ভেলাঘৰ৷ কেইবাদিনো শ্ৰমদান কৰি যুৱকসকলে ডায়নছৰ আকৃতিৰ ভেলাঘৰ সাজি উলিয়াবলৈ সক্ষম হৈছে৷ উৰুকাৰ দিনা নাচি–বাগি ৰাইজে আনন্দ–স্ফূৰ্তি কৰা পৰিলক্ষিত হৈছে৷ উৰুকা উপলক্ষে ঘেলাঘৰ প্ৰাংগণত ভোজ–ভাতৰ আয়োজন কৰিছে স্থানীয় ৰাইজে৷ হাঁহে–মাহে ৰাইজে এসাঁজ খোৱাৰ বাবে ব্যাপক আয়োজন চলাইছে।
Published by: Sanjay Kumar Das
First published: January 13, 2021, 1:23 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading