News18 AssamNews18 Assam
|
News18-Assam Updated:January 13, 2021, 1:23 PM IST
হাঁহে–মাহে ৰাইজে এসাঁজ খোৱাৰ বাবে ব্যাপক আয়োজন চলাইছে।
হাঁহে–মাহে ৰাইজে এসাঁজ খোৱাৰ বাবে ব্যাপক আয়োজন চলাইছে।
বঙাইগাঁৱৰ টেঙাইগাঁৱত ডাইনছৰ আকৃতিৰ ভেলাঘৰ৷ খেৰ, নৰা আৰু বাঁহৰে স্থানীয় যুৱকসকলে সাজি উলিয়াইছে এই ভেলাঘৰ৷ কেইবাদিনো শ্ৰমদান কৰি যুৱকসকলে ডায়নছৰ আকৃতিৰ ভেলাঘৰ সাজি উলিয়াবলৈ সক্ষম হৈছে৷ উৰুকাৰ দিনা নাচি–বাগি ৰাইজে আনন্দ–স্ফূৰ্তি কৰা পৰিলক্ষিত হৈছে৷ উৰুকা উপলক্ষে ঘেলাঘৰ প্ৰাংগণত ভোজ–ভাতৰ আয়োজন কৰিছে স্থানীয় ৰাইজে৷ হাঁহে–মাহে ৰাইজে এসাঁজ খোৱাৰ বাবে ব্যাপক আয়োজন চলাইছে।
Published by:
Sanjay Kumar Das
First published:
January 13, 2021, 1:23 PM IST