পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত আৰক্ষীৰ এক বৃহৎ দল উপস্থিত।
পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত আৰক্ষীৰ এক বৃহৎ দল উপস্থিত।
এইবাৰ উৎকোচ লৈ হাতে–লোটে গ্ৰেপ্তাৰ হ’ল পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক গুৰু প্ৰসাদ খাটনিয়াৰ। তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই হাতে–লোটে গ্ৰেপ্তাৰ কৰে খাটনিয়াৰক।গুৱাহাটীৰ নিজ বাসভৱনৰ পৰা গ্ৰেপ্তাৰ পঞ্জীয়কগৰাকীক। পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত আৰক্ষীৰ এক বৃহৎ দল উপস্থিত।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|