
প্ৰথমবাৰৰ বাবে অসম অসামৰিক সেৱাৰ পৰা অহা ব্যক্তি এগৰাকীয়ে উক্ত পদবীত নিযুক্তি লাভ কৰিছে
প্ৰথমবাৰৰ বাবে অসম অসামৰিক সেৱাৰ পৰা অহা ব্যক্তি এগৰাকীয়ে উক্ত পদবীত নিযুক্তি লাভ কৰিছে
ভাৰত ভূষণ দেৱ চৌধুৰীক অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি ৰাজ্য চৰকাৰৰ ৷ বৰ্তমান তেওঁ অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
উল্লেখ্য যে প্ৰথমবাৰৰ বাবে অসম অসামৰিক সেৱাৰ পৰা অহা (বৰ্তমান ভাৰতীয় প্ৰশাসনিক সেৱালৈ মনোনীত) ব্যক্তি এগৰাকীয়ে উক্ত পদবীত নিযুক্তি লাভ কৰিছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|