உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বটদ্ৰৱা থানাত গাড়ীত অগ্নিসংযোগ কৰা মহিলাক গ্ৰেপ্তাৰ, এইপৰ্যন্ত গ্ৰেপ্তাৰ হৈছে মুঠ ২১জন

    বটদ্ৰৱা থানাত গাড়ীত অগ্নিসংযোগ কৰা মহিলাক গ্ৰেপ্তাৰ, এইপৰ্যন্ত গ্ৰেপ্তাৰ হৈছে মুঠ ২১জন

    বাহনত পেট্ৰ’ল ঢালি জ্বলাই দিয়াৰ দৃশ্য বন্দী হৈছিল কেমেৰাত। ঘটনাৰ জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। ঘটনা সংঘটিত হোৱা স্থানত মোতায়েন কৰা হৈছে অধিক নিৰাপত্তাৰক্ষী।

    • Share this:
    বটদ্ৰৱা কাণ্ডত জড়িতৰ অভিযোগত এইপৰ্যন্ত ২১জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ বাহনত অগ্নিসংযোগ কৰা মহিলাগৰাকীকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। পেট্ৰ’ল ঢালি অগ্নিসংযোগ কৰিছিল বাহনত। নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অগ্নিসংযোগ কৰা মহিলাগৰাকীৰ লগতে আন তিনি মহিলাকো। বাহনত পেট্ৰ’ল ঢালি জ্বলাই দিয়াৰ দৃশ্য বন্দী হৈছিল কেমেৰাত। ঘটনাৰ জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। ঘটনা সংঘটিত হোৱা স্থানত মোতায়েন কৰা হৈছে অধিক নিৰাপত্তাৰক্ষী।
    Published by:Sanjay Kumar Das
    First published: