ধিঙৰ ড্ৰাগচ সৰবৰাহকাৰী মাষ্টৰমাইণ্ড বুলি পৰিচিত লালুক ।
ধিঙৰ ড্ৰাগচ সৰবৰাহকাৰী মাষ্টৰমাইণ্ড বুলি পৰিচিত লালুক ।
বটদ্ৰৱা থানালৈ শিল দলিওৱা ধিঙৰ ড্ৰাগছ মাফিয়া লালুক চিনাক্ত । ধিঙৰ ড্ৰাগচ সৰবৰাহকাৰী মাষ্টৰমাইণ্ড বুলি পৰিচিত লালুক । বটদ্ৰৱা থানালৈ শিল দলিওৱা ড্ৰাগচ মাফিয়া লালুক এটা ভিডিঅ ফোটেজৰ জৰিয়তে চিনাক্ত কৰা হৈছে। লালুৱে বটদ্ৰৱা থানালৈ শিল দলিওৱা দৃশ্য বন্দী হৈছে কেমেৰাত। কিন্তু লালু নামৰ ড্ৰাগচ মাফিয়াক বৰ্তমানেও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ।
ইফালে, আজি নিশা নগাঁও আৰক্ষীয়ে বটদ্ৰৱা কাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত ধিঙৰ শলগুৰি টুপৰ পৰা চুলতান আলী নামৰ এজন যুৱকক আটক কৰে ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|