সোমবাৰে মায়ঙৰ গৰঙা মন্দিৰত বৰষাৰ বিয়া, সম্পন্ন হ'ল মেহেন্দী আৰু নৃত্যৰ অনুষ্ঠান, চাওক Video

এক নতুন জীৱনৰ আৰম্ভণি! আকৌ ৰঙীন হ'ব বৰষাৰাণী বিষয়া।
এক নতুন জীৱনৰ আৰম্ভণি! আকৌ ৰঙীন হ'ব বৰষাৰাণী বিষয়া।
- News18 Assam
- Last Updated: February 21, 2021, 11:23 PM IST
View this post on Instagram
দেওবাৰে হৈ যায় বিয়াৰ উপলক্ষে মেহেন্দী আৰু নৃত্যৰ অনুষ্ঠান। আনকি নৃত্যত অংশ ল'লে বৰষাইয়ো। ছচিয়েল মিডিয়াৰ জৰিয়তেও অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰে ভিডিও।