সোমবাৰে মায়ঙৰ গৰঙা মন্দিৰত বৰষাৰ বিয়া, সম্পন্ন হ'ল মেহেন্দী আৰু নৃত্যৰ অনুষ্ঠান, চাওক Video

News18 Assam | News18-Assam
Updated:February 21, 2021, 11:23 PM IST
সোমবাৰে মায়ঙৰ গৰঙা মন্দিৰত বৰষাৰ বিয়া, সম্পন্ন হ'ল মেহেন্দী আৰু নৃত্যৰ অনুষ্ঠান, চাওক Video
এক নতুন জীৱনৰ আৰম্ভণি! আকৌ ৰঙীন হ'ব বৰষাৰাণী বিষয়া।

এক নতুন জীৱনৰ আৰম্ভণি! আকৌ ৰঙীন হ'ব বৰষাৰাণী বিষয়া।

  • News18 Assam
  • Last Updated: February 21, 2021, 11:23 PM IST
  • Share this:
এক নতুন জীৱনৰ আৰম্ভণি! আকৌ ৰঙীন হ'ব বৰষাৰাণী বিষয়া। সোমবাৰে অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ বিয়া। মায়ঙৰ ঐতিহাসিক গৰঙা মন্দিৰত হ'ব বহু প্ৰত্যাশিত বিয়াখন। যোৰহাটৰ ভাস্কৰ বৰুৱা নামৰ অনুৰাগীজনৰ সৈতে বিয়াত বহিব জনপ্ৰিয় অভিনেত্ৰীগৰাকী।








View this post on Instagram






A post shared by Barsha Rani Bishaya (@barsharani_bishaya_official)






দেওবাৰে হৈ যায় বিয়াৰ উপলক্ষে মেহেন্দী আৰু নৃত্যৰ অনুষ্ঠান। আনকি নৃত্যত অংশ ল'লে বৰষাইয়ো। ছচিয়েল মিডিয়াৰ জৰিয়তেও অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰে ভিডিও।
Published by: Himangshu Bhuyan
First published: February 21, 2021, 11:23 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি