৫ ফুটীয়া দমকল কেলেংকাৰী, নিলম্বিত দুজন অভিযন্তা

মন্ত্ৰী ৰিহণ দৈমাৰীৰ নিৰ্দেশত নিলম্বন দুয়োজনকে। নিলম্বিত কাৰ্যবাহী অভিযন্তা উৎপলানন্দ দাস আৰু কনিষ্ঠ অভিযন্তা ফকৰুল আলম বৰভূঞা। 

News18-Assam
Updated:July 23, 2019, 4:55 PM IST
৫ ফুটীয়া দমকল কেলেংকাৰী, নিলম্বিত দুজন অভিযন্তা
মন্ত্ৰী ৰিহণ দৈমাৰীৰ নিৰ্দেশত নিলম্বন দুয়োজনকে। নিলম্বিত কাৰ্যবাহী অভিযন্তা উৎপলানন্দ দাস আৰু কনিষ্ঠ অভিযন্তা ফকৰুল আলম বৰভূঞা। 
News18-Assam
Updated: July 23, 2019, 4:55 PM IST
৫ ফুটীয়া দমকল কেলেংকাৰী সন্দৰ্ভত নিলম্বিত দুজন অভিযন্তা। মন্ত্ৰী ৰিহণ দৈমাৰীৰ নিৰ্দেশত নিলম্বন দুয়োজনকে। নিলম্বিত কাৰ্যবাহী অভিযন্তা উৎপলানন্দ দাস আৰু কনিষ্ঠ অভিযন্তা ফকৰুল আলম বৰভূঞা। দুয়োজন জনস্বাস্থ্য বিভাগৰ অভিযন্তা। বানাক্ৰান্তৰ শিবিৰিত বহুৱাইছিল ৫ ফুটীয়া দমকল।

আৰু চাওক পৰৱৰ্তী বাতৰি