বৰপেটাত বান পৰিস্থিতিৰ বুজ লবৰ বাবে আজিহে বৰপেটাত উপস্থিত বৰপেটাৰ বিধায়ক ৰহিম আহমেদ ৷ বিধায়ক ৰহিম আহমেদে আজি বৰপেটাৰ বান শিবিৰ পৰিদৰ্শণ কৰি শিবিৰবাসীক আজি এসপ্তাহে বান সাহায্য প্ৰদান নকৰাক লৈ অসন্তুষ্টি প্ৰকাশ কৰে ৷

বান পৰিস্থিতি মোকাবিলা কৰাৰ ক্ষেত্ৰত চৰকাৰ প্ৰশাসনে চূড়ান্ত গাফিলতি কৰাৰ অভিযোগ বৰপেটাৰ বিধায়ক ৰহিম আহমেদৰ ৷ প্ৰশাসনে আজি শিবিৰসমুহত বান সাহায্য হিচাপে কেৱল চাউল যোগান ধৰিছে যদিও দাইল, মিঠাতেল বা আন সামগ্ৰী প্ৰদান কৰা নাই শিবিৰত ৷ আনকি শিশু খাদ্যৰো নাই যোগান ৷ জিলা প্ৰশাসনে বান সাহায্য প্ৰদান নকৰা বিয়য়টো সন্দৰ্ভত মুখ্যমন্ত্ৰীক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান বৰপেটাৰ বিধায়ক ৰহিম আহমেদৰ ৷
জিলা প্ৰশাসন নিৰ্বিকাৰ আৰু চৰকাৰক শুই থকা বুলি মন্তব্য বৰপেটাৰ বিধায়ক ৰহিম আহমেদৰ ৷
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|