• Home
  • »
  • News
  • »
  • assam
  • »
  • বৰপেটাত বৰষুণৰ ফলত ভাঙি পৰিল নিৰ্মীয়মান প্ৰকাণ্ড দেৱাল ! আন এখন দেৱালতো মেলিছে বৃহৎ ফাঁট ...

বৰপেটাত বৰষুণৰ ফলত ভাঙি পৰিল নিৰ্মীয়মান প্ৰকাণ্ড দেৱাল ! আন এখন দেৱালতো মেলিছে বৃহৎ ফাঁট ...

বৰপেটাত বৰষুণৰ ফলত ভাঙি পৰিল নিৰ্মীয়মান দেৱাল ৷ বৰপেটাত চলি থকা নিৰ্মীয়মান আদালত ভৱনৰ চৌহদৰ দেৱাল ভাঙি পৰাক লৈ চাঞ্চল্য ৷ আনহাতে নিৰ্মীয়মান আদালত ভৱনৰ চৌহদৰ উত্তৰ দিশৰ দেৱালতো মেলিছে বৃহৎ ফাট ৷

  • Share this:

অনুপম শৰ্মাৰ মালিকাধীন অনুপম কনষ্ট্ৰাকছনৰ অধীনত চলি আছিল আদালত ভৱনটোৰ নিৰ্মাণৰ কাম ৷ প্ৰায় ৩০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মীয়মান আদালত ভৱনৰ চৌহদৰ পকী দেৱালখন কিদৰে নিৰ্মাণৰ পিচতেই খহি পৰিল তাক লৈ ব্যাপক চাঞ্চল্য ৷ দেৱালখন খহি পৰাৰ ফলত বিদ্যুতৰ খুটা আৰু ট্ৰেঞ্চফৰ্মাৰৰো ক্ষতি ৷ ইপিনে দেৱালৰ লগতে নিৰ্মীয়মান নলাটোৰো ক্ষতিসাধন ৷ নিৰ্মাণ সংস্থাটোৰ অভিযন্তাই প্ৰবল বৰষুণৰ বাবেই দেৱালখন ভাঙি পৰা বুলি মন্তব্য কৰিছে ৷ বৰষুণৰ বাবে এখন মজবুত দেৱাল ভাগি পৰাক লৈ ৰাইজৰ মাজত বহু প্ৰশ্নৰ উদয় হৈছে ৷
Published by:Kokil Sarma
First published: