• Home
  • »
  • News
  • »
  • assam
  • »
  • বৰ্ধমান বিস্ফোৰণৰ গোচৰত অসমৰ ৩ জেহাদীসহ ১৯জনক দোষী সাব্যস্ত, ৩০ আগষ্টত ঘোষণা হ’ব শাস্তি

বৰ্ধমান বিস্ফোৰণৰ গোচৰত অসমৰ ৩ জেহাদীসহ ১৯জনক দোষী সাব্যস্ত, ৩০ আগষ্টত ঘোষণা হ’ব শাস্তি

বাংলাদেশী সন্ত্ৰাসবাদী সংগঠন JMBৰ চাৰিজন সদস্যসহ মুঠ ১৯জনক NIAৰ আদালতে দোষী সাব্যস্ত কৰিছে।

বাংলাদেশী সন্ত্ৰাসবাদী সংগঠন JMBৰ চাৰিজন সদস্যসহ মুঠ ১৯জনক NIAৰ আদালতে দোষী সাব্যস্ত কৰিছে।

বাংলাদেশী সন্ত্ৰাসবাদী সংগঠন JMBৰ চাৰিজন সদস্যসহ মুঠ ১৯জনক NIAৰ আদালতে দোষী সাব্যস্ত কৰিছে।

  • Share this:
    পশ্চিম বংগৰ বৰ্ধমানত সংঘটিত বিস্ফোৰণ আৰু ভাৰতবিৰোধী জেহাদী কাৰ্যকলাপৰ গোচৰত অসমৰ ছাহানুৰ আলমসহ তিনিজনক দোষী সাব্যস্ত কৰিছে NIAৰ আদালতে। ৩০ আগষ্টত শাস্তি ঘোষণা কৰিব আদালতে। ছাহানুৰৰ ঘৰ বৰপেটাৰ চটলাত। তেওঁৰ সৈতে বৰপেটাৰ ছাকিউল ইছলাম খান আৰু ছহিদুল ইছলামকো দোষী সাব্যস্ত কৰিছে।

    বাংলাদেশী সন্ত্ৰাসবাদী সংগঠন JMBৰ চাৰিজন সদস্যসহ মুঠ ১৯জনক NIAৰ আদালতে দোষী সাব্যস্ত কৰিছে। NIAই এই গোচৰত মুঠ ৩০জন লোকক গ্ৰেপ্তাৰ কৰিছিল। বাকী সকলৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া অব্যাহত আছে।

    NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitterত আমাক ফল’ কৰক।
    First published: