বাংলাদেশী সন্ত্ৰাসবাদী সংগঠন JMBৰ চাৰিজন সদস্যসহ মুঠ ১৯জনক NIAৰ আদালতে দোষী সাব্যস্ত কৰিছে।
বাংলাদেশী সন্ত্ৰাসবাদী সংগঠন JMBৰ চাৰিজন সদস্যসহ মুঠ ১৯জনক NIAৰ আদালতে দোষী সাব্যস্ত কৰিছে।
পশ্চিম বংগৰ বৰ্ধমানত সংঘটিত বিস্ফোৰণ আৰু ভাৰতবিৰোধী জেহাদী কাৰ্যকলাপৰ গোচৰত অসমৰ ছাহানুৰ আলমসহ তিনিজনক দোষী সাব্যস্ত কৰিছে NIAৰ আদালতে। ৩০ আগষ্টত শাস্তি ঘোষণা কৰিব আদালতে। ছাহানুৰৰ ঘৰ বৰপেটাৰ চটলাত। তেওঁৰ সৈতে বৰপেটাৰ ছাকিউল ইছলাম খান আৰু ছহিদুল ইছলামকো দোষী সাব্যস্ত কৰিছে।
বাংলাদেশী সন্ত্ৰাসবাদী সংগঠন JMBৰ চাৰিজন সদস্যসহ মুঠ ১৯জনক NIAৰ আদালতে দোষী সাব্যস্ত কৰিছে। NIAই এই গোচৰত মুঠ ৩০জন লোকক গ্ৰেপ্তাৰ কৰিছিল। বাকী সকলৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া অব্যাহত আছে।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ
YouTube,
Facebook আৰু
Twitterত আমাক ফল’ কৰক।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|