• Home
  • »
  • News
  • »
  • assam
  • »
  • মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মৰ একনিষ্ঠ সাধক, বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত গুৰুতৰভাৱে অসুস্থ, উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক অনুৰোধ ৰাইজৰ...

মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মৰ একনিষ্ঠ সাধক, বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত গুৰুতৰভাৱে অসুস্থ, উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক অনুৰোধ ৰাইজৰ...

মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মৰ একনিষ্ঠ সাধক, ‘কালীচৰণ ব্ৰহ্ম বঁটা’ প্ৰাপক ‘বৰঙাজুলি সত্ৰ’ৰ সত্ৰাধিকাৰ, ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত জটিল ৰোগত আক্ৰান্ত। বাৰ্ধক্যজনিত ৰোগত ভুগি থকাৰ সময়তে বিগত কিছুদিনপৰা স্বাস্থ্যৰ অৱনতি ঘটিছে তেওঁৰ।

  • Share this:

সম্প্ৰতি তেওঁ সত্ৰখনতেই চিকিৎসাধীন হৈ আছে যদিও তেওঁক প্ৰয়োজন উন্নত চিকিৎসাৰ। সেয়েহে উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰলৈ আহ্বান ৰাইজ আৰু অগনন ভক্তৰ। কোনো সদাশয় হৃদয়বান লোকে সহায় আগবঢ়াব বিচাৰিলে 9706698416নম্বৰত যোগাযোগ কৰিব পাৰে।
Published by:Kokil Sarma
First published: