Bank Holiday: অক্টোবৰ মাহ হৈছে Festive Season। বেংকৰ কিবা জৰুৰী কাম আছে যদি আপুনি সোনকালে সমাধা কৰক। কাৰণ দেশত চলিত মাহৰ বাকী থকা দিনকেইটাত বেংক বন্ধ থাকিব মুঠ ১৬ দিন। অৱশ্যেই ৰাজ্য অনুযায়ী বেংকৰ বন্ধৰ সূচী বেলেগে বেলেগ। অসমত বন্ধ থাকিব ১১ দিন। Bank Holiday: অক্টোবৰ মাহ হৈছে Festive Season। বেংকৰ কিবা জৰুৰী কাম আছে যদি আপুনি সোনকালে সমাধা কৰক। কাৰণ দেশত চলিত মাহৰ বাকী থকা দিনকেইটাত বেংক বন্ধ থাকিব মুঠ ১৬ দিন। অৱশ্যেই ৰাজ্য অনুযায়ী বেংকৰ বন্ধৰ সূচী বেলেগে বেলেগ। অসমত বন্ধ থাকিব ১১ দিন। Bank Holiday: অক্টোবৰ মাহ হৈছে Festive Season। বেংকৰ কিবা জৰুৰী কাম আছে যদি আপুনি সোনকালে সমাধা কৰক। কাৰণ দেশত চলিত মাহৰ বাকী থকা দিনকেইটাত বেংক বন্ধ থাকিব মুঠ ১৬ দিন। অৱশ্যেই ৰাজ্য অনুযায়ী বেংকৰ বন্ধৰ সূচী বেলেগে বেলেগ। অসমত বন্ধ থাকিব ১১ দিন।
ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰা বন্ধৰ সূচী অনুসৰি সমগ্ৰ দেশত মুঠ ২১ দিন বেংক বন্ধ আছিল অক্টোবৰ মাহত। ইয়াৰ ভিতৰত আছে দেওবাৰ আৰু দ্বিতীয় শনিবাৰ আৰু চতুৰ্থ শনিবাৰ। চাও আহক অক্টোবৰ মাহত বাকী থকা দিনকেইটাত কোনকেইটা দিনত বেংক বন্ধ থাকিব-
১) অক্টোবৰ ৯ – দ্বিতীয় শনিবাৰ
২) অক্টোবৰ ১০ - দেওবাৰ
৩) অক্টোবৰ ১২ – দুৰ্গা পূজা, সপ্তমী (Agartala, Kolkata)
৪) অক্টোবৰ ১৩ – দুৰ্গা পূজা, অষ্টমী (Agartala, Bhubaneswar, Gangtok, Guwahati, Imphal, Kolkata, Patna, Ranchi)
৫) অক্টোবৰ ১৪ - দুৰ্গা পূজা, নৱমী (Agartala, Bengaluru, Chennai, Gangtok, Guwahati, Kanpur, Kochi, Kolkata, Lucknow, Patna, Ranchi, Shillong, Srinagar, Thiruvananthapuram)
৬) অক্টোবৰ ১৫ – দুৰ্গা পূজা, দশমী (Imphal and Shimlaক বাদ দি)
৭) অক্টোবৰ ১৬ – দুৰ্গা পূজা, (দাশাই /Gangtok)
৮) অক্টোবৰ ১৭ - দেওবাৰ
৯) অক্টোবৰ ১৮ – কাতি বিহু (অসম)
১০) অক্টোবৰ ১৯ – ঈদ-এ-মিলাদ (গুৱাহাটীত খোলা) (Id-E-Milad/Eid-e-Miladunnabi/Milad-i-Sherif) (Prophet Mohammad’s Birthday)/Baravafat / (Ahmedabad, Belapur, Bhopal, Chennai, Dehradun, Hyderabad, Imphal, Jammu, Kanpur, Kochi, Lucknow, Mumbai, Nagpur, New Delhi, Raipur, Ranchi, Srinagar, Thiruvananthapuram)
১১) অক্টোবৰ ২০ – লক্ষ্মী পূজা (Lakshmi Puja/Maharishi Valmiki’s Birthday//Id-E-Milad (Agartala, Bengaluru, Chandigarh, Kolkata, Shimla)
১২) অক্টোবৰ ২২ – ঈদ-এ-মিলাদৰ পিছৰ শুকুৰবাৰ (Friday following Eid-i-Milad-ul-Nabi) (Jammu, Srinagar)
১৩) অক্টোবৰ ২৩ – চতুৰ্থ শনিবাৰ
১৪) অক্টোবৰ ২৪ – দেওবাৰ
১৫) অক্টোবৰ ২৬ – প্ৰতিষ্ঠা দিৱস (Jammu, Srinagar)
১৬) অক্টোবৰ ৩১ - দেওবাৰ
যদিও সমগ্ৰ দেশত চলিত মাহত আৰু ১৬ দিন বন্ধ আছে কিন্তু অসমত আগন্তুক দিনকেইটাত অক্টোবৰ মাহত ১১ দিন বন্ধ থাকিব। অসমত বেংক বন্ধ থাকিব ৯, ১০, ১৩, ১৪, ১৫, ১৭, ১৮, ২০, ২৩, ২৪ আৰু ৩১ অক্টোবৰত।
Published by: Kokil Sarma
First published: October 09, 2021, 15:32 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|