• Home
  • »
  • News
  • »
  • assam
  • »
  • বেংক অব বৰোদাই ঘূৰাই দিলে দিছপুৰ মহাবিদ্যালয়ৰ হৰলুকী হোৱা ধন, তিনিটা কিস্তিত বেংকে ওভতাই দিলে সমুদায় ধন

বেংক অব বৰোদাই ঘূৰাই দিলে দিছপুৰ মহাবিদ্যালয়ৰ হৰলুকী হোৱা ধন, তিনিটা কিস্তিত বেংকে ওভতাই দিলে সমুদায় ধন

বেংক কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই সংঘটিত হৈছিল ধন হৰলুকীৰ ঘটনা। ৩টা কিস্তিত সমুদায় ধন ঘূৰাই দিলে বেংক কৰ্তৃপক্ষই।

  • Share this:
দিছপুৰ মহাবিদ্যালয়ৰ হৰলুকী হোৱা ধন অৱশেষত ঘূৰাই পালে। ২১ এপ্ৰিলত ৭৬ লাখ ৩৪ হাজাৰ ৯০০ টকা হৰলুকী হৈছিল। ৪ মে’ত পোহৰলৈ আহিছিল ধন হৰলুকীৰ ঘটনা। বৃহস্পতিবাৰে সমুদায় ধন ঘূৰাই দিলে বেংক অব বৰোদাই। শীঘ্ৰে সূতখিনিও ঘূৰাই দিব বেংক কৰ্তৃপক্ষই।

বেংক কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই সংঘটিত হৈছিল ধন হৰলুকীৰ ঘটনা। ৩টা কিস্তিত সমুদায় ধন ঘূৰাই দিলে বেংক কৰ্তৃপক্ষই। ৩১ মে’ত ৬,৫৪,৬৮৪ টকা, ১৬ জুন ১৫,০৬,৩৮৮টকা আৰু ১১ আগষ্টত ৫৪,৭৩,৮৭২টকা ঘূৰাই দিলে বেংক কৰ্তৃপক্ষই।
Published by:Sanjay Kumar Das
First published: