বৰপেটাত বাংলাদেশী নাগৰিকৰ মৃত্যু, কিয় ভাৰতলৈ আহিছিল মহম্মদ মিয়া চান্দ?

মৃতদেহৰ লগতে তেওঁৰ পত্নীক বাংলাদেশলৈ উভতাই পঠোৱাৰ ব্যৱস্থা কৰিছে দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰক্ষীয়ে।

News18-Assam
Updated:October 15, 2019, 5:11 PM IST
বৰপেটাত বাংলাদেশী নাগৰিকৰ মৃত্যু, কিয় ভাৰতলৈ আহিছিল মহম্মদ মিয়া চান্দ?
মৃতদেহৰ লগতে তেওঁৰ পত্নীক বাংলাদেশলৈ উভতাই পঠোৱাৰ ব্যৱস্থা কৰিছে দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰক্ষীয়ে।
News18-Assam
Updated: October 15, 2019, 5:11 PM IST
বৰপেটাত বাংলাদেশী নাগৰিকৰ মৃত্যু। মৃত্যু হোৱা ৭০ বছৰীয়া লোকজনৰ নাম মহম্মদ মিয়া চান্দ। বাংলাদেশী লোকজন মানকাচৰ হৈ তেওঁৰ পত্নীৰ সৈতে আহিছিল ভাৰতলৈ। ফুৰিবলৈ আহি উচ্চ ৰক্তচাপৰ ফলত মৃত্যুমুখত পৰে লোকজন। আজি মৃতদেহৰ লগতে তেওঁৰ পত্নীক বাংলাদেশলৈ উভতাই পঠোৱাৰ ব্যৱস্থা কৰিছে দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰক্ষীয়ে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।


আৰু চাওক পৰৱৰ্তী বাতৰি