বঙাইগাঁৱত লক্ষ্মী পূজা উপলক্ষে বজাৰত ভিৰ। লক্ষ্মী প্ৰতিমাৰ লগতে পূজাত প্ৰয়োজনীয় বিভিন্ন সা সামগ্ৰী ক্ৰয় কৰাৰ বাবে গ্ৰহকসকলে হেতাওপৰা লগোৱা দেখা গৈছে ৷ পূজাত প্ৰয়োজনীয় ধানকে আদি কৰি বিভিন্ন সামগ্ৰী বজাৰত উভৈনদী হৈ পৰিছে ৷

আজি ধন আৰু ঐশ্বৰ্যৰ প্ৰতীক লক্ষ্মী পূজা ৷ ধনৰ অধিষ্ঠাত্ৰী দেৱীক আৰাধনা কৰাৰ বাবে বঙাইগাঁৱত ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে ৷ পূজা উপলক্ষে বজাৰত ৰাইজৰ ভিৰ দেখা গৈছে ৷
লক্ষ্মী প্ৰতিমাৰ লগতে পূজাত প্ৰয়োজনীয় বিভিন্ন সা সামগ্ৰী ক্ৰয় কৰাৰ বাবে গ্ৰহকসকলে হেতাওপৰা লগোৱা দেখা গৈছে ৷ পূজাত প্ৰয়োজনীয় ধানকে আদি কৰি বিভিন্ন সামগ্ৰী বজাৰত উভৈনদী হৈ পৰিছে ৷ গ্ৰাহকসকলে বজাৰৰ পৰা বিভিন্ন সা সামগ্ৰী ক্ৰয় কৰি নি সন্ধিয়া পূজাৰ বাবে সাজু হৈ উঠিছে। লক্ষ্মী পূজাক লৈ ব্যৱসায়ীসকলৰো বাঢ়িছে উছাহ, কিয়নো ক'ৰোনা ভাইৰাছে জুৰুলা কৰা ব্যৱসায়ক কিছু পৰিমাণে হ'লেও সকাহ দিছে উৎসৱসমূহে।