ৰাজ্যত নিষিদ্ধ গুটখা-পান মছলা, ধপাত জাতীয় সামগ্ৰী, নিয়ম অমান্য কৰিলেই কঠোৰ শাস্তি, ৰাজ্য চৰকাৰে জাৰি কৰিলে জাননী

Source-Google
অহা এবছৰলৈ নিষিদ্ধ কৰিলে ৰাজ্য চৰকাৰে
- News18 Assam
- Last Updated: January 20, 2021, 4:04 PM IST
বিক্ৰীৰ লগতে নিষিদ্ধ কৰা হৈছে গুটখা জাতীয় সামগ্ৰীৰ প্ৰস্তুত, মজুত, পৰিবহণ, বিতৰণো। আনহাতে ৰাজ্য চৰকাৰে জাৰি কৰা জাননী অমান্য কৰিলে জৰিমনাৰ লগতে কঠোৰ শাস্তিৰ সন্মুখীন হ'ব।