ৰাজ্যত নিষিদ্ধ গুটখা-পান মছলা, ধপাত জাতীয় সামগ্ৰী, নিয়ম অমান্য কৰিলেই কঠোৰ শাস্তি,  ৰাজ্য চৰকাৰে জাৰি কৰিলে জাননী

News18 Assam | News18-Assam
Updated:January 20, 2021, 4:04 PM IST
ৰাজ্যত নিষিদ্ধ গুটখা-পান মছলা, ধপাত জাতীয় সামগ্ৰী, নিয়ম অমান্য কৰিলেই কঠোৰ শাস্তি,  ৰাজ্য চৰকাৰে জাৰি কৰিলে জাননী
Source-Google

অহা এবছৰলৈ নিষিদ্ধ কৰিলে ৰাজ্য চৰকাৰে

  • Share this:
ৰাজ্যত নিষিদ্ধ হৈছে গুটখা, পান মছলা, ধপাত জাতীয় সকলো সামগ্ৰী। অহা এবছৰলৈ এই সমূৰ সামগ্ৰী নিষিদ্ধ কৰিছে ৰাজ্য চৰকাৰে। ইতিমধ্যে এখন জৰুৰী জাননী যোগে এই কথা জনাইছে ৰাজ্য চৰকাৰে।

বিক্ৰীৰ লগতে নিষিদ্ধ কৰা হৈছে গুটখা জাতীয় সামগ্ৰীৰ প্ৰস্তুত, মজুত, পৰিবহণ, বিতৰণো। আনহাতে ৰাজ্য চৰকাৰে জাৰি কৰা জাননী অমান্য কৰিলে জৰিমনাৰ লগতে কঠোৰ শাস্তিৰ সন্মুখীন হ'ব।
Published by: Himangshu Bhuyan
First published: January 20, 2021, 4:04 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি