মুখ্যপৃষ্ঠা »খবৰ »অসম »বাক্সাত জঘন্য ঘটনা, এগৰাকী মহিলাক বলাত্‍কাৰ কৰি হত্যাৰ চেষ্টা

বাক্সাত জঘন্য ঘটনা, এগৰাকী মহিলাক বলাত্‍কাৰ কৰি হত্যাৰ চেষ্টা

Source-Google

বাক্সাৰ গোৰেশ্বৰ নাওকাটাত সংঘটিত হৈছে জঘন্য ঘটনা

  • Share this:
    বাক্সাৰ গোৰেশ্বৰ নাওকাটাত সংঘটিত হৈছে জঘন্য ঘটনা। এগৰাকী মহিলাক বলাত্‍কাৰ কৰি হত্যাৰ চেষ্টা ৰবীন কলিতা নামৰ এটা লম্পটৰ। লম্পটটোৱে দাৰে ঘপিয়ালে ধৰ্ষিতা মহিলাগৰাকীক। দাৰ ঘাপত গুৰুতৰভাৱে আহত মহিলাগৰাকী।আহত মহিলাগৰাকীক ততাতৈয়াকৈ GMCH লৈ প্ৰেৰণ কৰা হৈছে।

    বলাৎকাৰৰ অভিযোগত অভিযুক্ত ৰবীন কলিতাক স্থানীয়  ৰাইজে ৰবীনক  উত্তম-মধ্যম শোধাই  আৰক্ষীক গতাই দিয়ে।

    শেহতীয়া বাতৰি