
কলেজৰ পৰা ওভতাৰ পথত কিশোৰীগৰাকীক প্ৰেমৰ প্ৰস্তাৱ দিছিল ছাত্ৰজনে। কিন্তু এই প্ৰস্তাৱ প্ৰত্যাখান কৰাত ছাত্ৰীগৰাকীৰ ডিঙি আৰু পিঠিত ছুৰীৰে আক্ৰমণ কৰে ছাত্ৰজনে।
কলেজৰ পৰা ওভতাৰ পথত কিশোৰীগৰাকীক প্ৰেমৰ প্ৰস্তাৱ দিছিল ছাত্ৰজনে। কিন্তু এই প্ৰস্তাৱ প্ৰত্যাখান কৰাত ছাত্ৰীগৰাকীৰ ডিঙি আৰু পিঠিত ছুৰীৰে আক্ৰমণ কৰে ছাত্ৰজনে।
বাক্সাৰ আঠিয়াবাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এগৰাকী ছাত্ৰীক ছুৰীৰে আক্ৰমণ কৰি আত্মহত্যা কৰে এজন সহপাঠী ছাত্ৰই। কলেজৰ পৰা ওভতাৰ পথত কিশোৰীগৰাকীক প্ৰেমৰ প্ৰস্তাৱ দিছিল ছাত্ৰজনে। কিন্তু এই প্ৰস্তাৱ প্ৰত্যাখান কৰাত ছাত্ৰীগৰাকীৰ ডিঙি আৰু পিঠিত ছুৰীৰে আক্ৰমণ কৰে ছাত্ৰজনে। আন সহপাঠীৰ চিঞৰত যেতিয়া স্থানীয় লোকসকল ওলাই আহে তেতিয়া পলায়ন কৰে ছাত্ৰজনে। ঘৰলৈ গৈ চিপ লৈ আত্মহত্যা কৰে ছাত্ৰজনে। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত। ইফালে, আহত ছাত্ৰীগৰাকীক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় হাস্পতালত।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|