உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Bajaj Pulsar Burnt at Bijni : চলন্ত অৱস্থাতে জ্বলিল বাজাজ পালছাৰ, কথমপি প্ৰাণৰক্ষা চালকৰ

    Bajaj Pulsar Burnt at Bijni : চলন্ত অৱস্থাতে জ্বলিল বাজাজ পালছাৰ, কথমপি প্ৰাণৰক্ষা চালকৰ

    জুই লগা বাজাজ পালছাৰ ১৮০ বাহনখনৰ পঞ্জীয়ন নম্বৰ AS 26B 2546

    জুই লগা বাজাজ পালছাৰ ১৮০ বাহনখনৰ পঞ্জীয়ন নম্বৰ AS 26B 2546

    জুই লগা বাজাজ পালছাৰ ১৮০ বাহনখনৰ পঞ্জীয়ন নম্বৰ AS 26B 2546

    • Share this:
    বিজনীত অঘটন। বিজনী চহৰত দাওদাওকৈ জ্বলি উঠিল বাজাজ পালছাৰ বাইক। গৈ থাকোঁতে জুই লগাত কথমপি প্ৰাণৰক্ষা চালকৰ। যান্ত্ৰিক বিজুতিৰ ফলত অগ্নিৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে।

    জুই লগা বাজাজ পালছাৰ ১৮০ বাহনখনৰ পঞ্জীয়ন নম্বৰ AS 26B 2546। বাহনখনৰ আগফালৰ পৰা জুইৰ সূত্ৰপাত হোৱাত গাড়ীৰ পৰা নামি কথমপি প্ৰাণৰক্ষা পৰে চালকৰ (Bajaj Pulsar Burnt at Bijni)।  উপস্থিত ৰাইজৰ সহযোগত জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয় বাহনখনৰ।
    Published by:Gautam Barman
    First published: