জুই লগা বাজাজ পালছাৰ ১৮০ বাহনখনৰ পঞ্জীয়ন নম্বৰ AS 26B 2546
জুই লগা বাজাজ পালছাৰ ১৮০ বাহনখনৰ পঞ্জীয়ন নম্বৰ AS 26B 2546
বিজনীত অঘটন। বিজনী চহৰত দাওদাওকৈ জ্বলি উঠিল বাজাজ পালছাৰ বাইক। গৈ থাকোঁতে জুই লগাত কথমপি প্ৰাণৰক্ষা চালকৰ। যান্ত্ৰিক বিজুতিৰ ফলত অগ্নিৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে।
জুই লগা বাজাজ পালছাৰ ১৮০ বাহনখনৰ পঞ্জীয়ন নম্বৰ AS 26B 2546। বাহনখনৰ আগফালৰ পৰা জুইৰ সূত্ৰপাত হোৱাত গাড়ীৰ পৰা নামি কথমপি প্ৰাণৰক্ষা পৰে চালকৰ (Bajaj Pulsar Burnt at Bijni)। উপস্থিত ৰাইজৰ সহযোগত জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয় বাহনখনৰ।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|