• Home
  • »
  • News
  • »
  • assam
  • »
  • SI Recruitment Scam: কাৰাগাৰৰ পৰা ওলোৱাৰ পথ প্ৰশস্ত এছ আই কেলেংকাৰিৰ অন্যতম অভিযুক্ত তথা প্ৰাক্তন DIG পি কে দত্তৰ

SI Recruitment Scam: কাৰাগাৰৰ পৰা ওলোৱাৰ পথ প্ৰশস্ত এছ আই কেলেংকাৰিৰ অন্যতম অভিযুক্ত তথা প্ৰাক্তন DIG পি কে দত্তৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি জামিন মঞ্জুৰ কৰে পি কে দত্তৰ।

গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি জামিন মঞ্জুৰ কৰে পি কে দত্তৰ।

গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি জামিন মঞ্জুৰ কৰে পি কে দত্তৰ।

  • Share this:
এছ আই কেলেংকাৰিৰ অন্যতম অভিযুক্ত তথা প্ৰাক্তন আৰক্ষীৰ উপ মহাপৰিদৰ্শক পি কে দত্তৰ জামিন মঞ্জুৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি জামিন মঞ্জুৰ কৰে পি কে দত্তৰ।

দুই লাখ টকাৰ বণ্ড আৰু দুজন জামিনদাৰ জৰিয়তে জামিন লৈ কাৰাগাৰৰ পৰা ওলোৱাৰ পথ প্ৰশস্ত হ'ল দত্তৰ।

উল্লেখ্য, আৰক্ষীৰ উপ–পৰিদৰ্শকৰ নিযুক্তি পৰীক্ষাত কেলেংকাৰিত দত্তৰ নাম সাঙোৰ খোৱাৰ পিছতে ৰাজ্য এৰি পলায়ন কৰিছিল দত্তই। পিছত তেওঁ নেপালৰ পৰা নিজে আহি ধৰা দিয়ে অসম আৰক্ষীৰ ওচৰত। তেতিয়াৰ পৰা আইনী প্ৰক্ৰিয়া অনুসৰি দত্ত কাৰাগাৰত আছিল।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি