তিনিমাহ ধৰি জ্বলি আছে বাঘজানৰ জুই, নিৰাপত্তাহীনতাত ভোগা ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ

News18 Assam | News18-Assam
Updated:August 24, 2020, 5:54 PM IST
তিনিমাহ ধৰি জ্বলি আছে বাঘজানৰ জুই, নিৰাপত্তাহীনতাত ভোগা ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ
এতিয়াও জ্বলি আছে বাঘজানৰ জুই।বাঘজানৰ পৰিস্থিতি আগতকৈ অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে।

এতিয়াও জ্বলি আছে বাঘজানৰ জুই।বাঘজানৰ পৰিস্থিতি আগতকৈ অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে।

  • Share this:
৩ মাহত ভৰি দিলে বাঘজানৰ অগ্নিকাণ্ডৰ ঘটনাই। এতিয়াও জ্বলি আছে বাঘজানৰ জুই।বাঘজানৰ পৰিস্থিতি আগতকৈ অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ফলত নিৰাপত্তাহীনতাত ভুগি বাঘজান বাসী ৰাইজে সোমবাৰে তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত মিলন জ্যোতি যুৱ সংঘৰ উদ্যোগত শিবিৰ স্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। শীঘ্ৰে জুই নিৰ্বাপনৰ লগতে পূৰ্বৰ দাবী আৰু প্ৰতিশ্ৰুতি পূৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে বাঘজানবাসীয়ে৷ যেতিয়ালৈকে চৰকাৰে এই দাবীসমূহ পূৰণ নকৰে তেতিয়ালৈ প্ৰতিবাদ চলি থাকিব বুলি হুংকাৰ দিয়ে ৰাইজে।
Published by: Sanjay Kumar Das
First published: August 24, 2020, 5:54 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি