মুখ্যপৃষ্ঠা »খবৰ »অসম »Bageshwar Dham Majaraj: শক্তিপীঠ কামাখ্যা দৰ্শন বাগেশ্বৰ বাবা খ্যাত পণ্ডিত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীৰ

Bageshwar Dham Majaraj: শক্তিপীঠ কামাখ্যা দৰ্শন বাগেশ্বৰ বাবা খ্যাত পণ্ডিত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীৰ

বাগেশ্বৰ বাবাক কাষত পাই তেখেতৰ ভক্তসকল উৎফুল্লিত হৈ পৰিছে।

বাগেশ্বৰ বাবাক কাষত পাই তেখেতৰ ভক্তসকল উৎফুল্লিত হৈ পৰিছে।

বাগেশ্বৰ বাবাক কাষত পাই তেখেতৰ ভক্তসকল উৎফুল্লিত হৈ পৰিছে।

  • Share this:
আজি অসমলৈ বাগেশ্বৰ বাবা খ্যাত পণ্ডিত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰী আহিছে। সনাতন গুৰুগৰাকী  শক্তিপীঠ কামাখ্যা দৰ্শন কৰিবলৈ তথা মা কামাখ্যাৰ আশিস ল'বলৈ কামাখ্য়া মন্দিৰত উপস্থিত হৈছে।

বাগেশ্বৰ বাবাক কাষত পাই তেখেতৰ ভক্তসকল উৎফুল্লিত হৈ পৰিছে। ‘বাগেশ্বৰ বাবা কি জয়’ ধ্বনিৰে বাবাগৰাকীক সকলোৱে আদৰণি জনাইছে। কামাখ্যা দৰ্শনৰ পূৰ্বে তেওঁ অসমৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ তেওঁৰ বাসগৃহত উপস্থিত হয়। ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰী মধ্য প্ৰদেশ ৰাজ্যৰ এক বিখ্যাত ধৰ্মীয় তীৰ্থস্থান বাগেশ্বৰ ধাম সৰকাৰৰ আচাৰ্য হয়।

শেহতীয়া বাতৰি