• Home
  • »
  • News
  • »
  • assam
  • »
  • চৰাইদেউ নিমনাগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা! ধোদৰ আলিত বাগৰি পৰিল ট্ৰাক, সংকটজনক অৱস্থাত এজনত মেডিকেলত ভৰ্তি

চৰাইদেউ নিমনাগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা! ধোদৰ আলিত বাগৰি পৰিল ট্ৰাক, সংকটজনক অৱস্থাত এজনত মেডিকেলত ভৰ্তি

দুৰ্ঘটনাত আহত এজনক ইতিমধ্যে সংকটজনক অৱস্থাত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।

দুৰ্ঘটনাত আহত এজনক ইতিমধ্যে সংকটজনক অৱস্থাত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।

দুৰ্ঘটনাত আহত এজনক ইতিমধ্যে সংকটজনক অৱস্থাত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।

  • Share this:
চৰাইদেউ জিলাৰ নিমনাগড় ধোদৰ আলিত সংঘটিত হৈছে এক ভয়কৰ পথ দুৰ্ঘটনা। ভাৰতীয় খাদ্য নিগমৰ চাউল কঢ়িয়াই অনা এখন ট্ৰাকে  মহটিয়াই নিলে এখন বলেৰ' পিক আপ বাহনক।

দুৰ্ঘটনাত আহত এজনক ইতিমধ্যে সংকটজনক অৱস্থাত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।দুৰ্ঘটনা সংঘটিত হোৱা পিছতে ঘটনাস্থলী পৰা পলায়ন কৰে ট্ৰাক খনৰ হেন্দিমেনসহ চালকজনে।

দুৰ্ঘটনাত পতিত হোৱা ট্ৰাকখনৰ নম্বৰ NL-03 A 8792 আৰু বলেৰ' পিক আপ খনৰ নম্বৰ AS-04-AC 6171 ৷ এই দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে বলেৰ পিক আপ বাহনখনৰ আগৰ অংশ  সম্পূৰ্ণৰূপে ভাঙি পৰে। দুৰ্ঘটনাটোৰ ফলত ট্ৰাকখন ধোদৰ আলিৰ ওপৰতে বাগৰি পৰাত তীব্ৰ যানজঁটৰ সৃষ্টি হৈছ ৷
Published by:Himangshu Bhuyan
First published: