ভয়ংকৰ! বদৰুদ্দিন আজমলৰ উপস্থিতিত একাংশই দিলে পাকিস্তান জিন্দাবাদ ধ্বনি

ভয়ংকৰ ঘটনা। এইখন অসমতে এইবাৰ ৰাজহুৱাকৈ দিয়া হ’ল পাকিস্তান জিন্দাবাদ ধ্বনি।
ভয়ংকৰ ঘটনা। এইখন অসমতে এইবাৰ ৰাজহুৱাকৈ দিয়া হ’ল পাকিস্তান জিন্দাবাদ ধ্বনি।
- News18 Assam
- Last Updated: November 6, 2020, 1:43 PM IST
উল্লেখযোগ্য যে, বিমানবন্দৰত আৰক্ষীৰ লোক উপস্থিত থকাৰ মাজতে বহুবাৰ দিয়া হয় পাকিস্তান জিন্দাবাদ ধ্বনি। এই ঘটনাই এতিয়া সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইয়াৰ পূৰ্বেও ক্ষমতালৈ আহিলে মাদ্ৰাছা মুকলি কৰা হ’ব বুলি হুংকাৰ দিছিল বদৰুদ্দিন আজমলে। সেইদৰে আজমলৰ সভাত আৰৱী ভাষাৰ বেনাৰ ব্যৱহাৰ কৰা আদি ঘটনাই ৰাজ্যৰ ৰাজনীতি তোলপাৰ লগাইছিল।