ভূলুণ্ঠিত মানৱতা! সদ্যোজাত শিশুক কৰিলে হত্যা

বিশ্বনাথৰ বৰগাঙত মাতৃ আৰু আইতাকে মিলি হত্যা কৰিলে সদ্যোজাত শিশুক

News18-Assam
Updated:August 5, 2019, 10:15 PM IST
ভূলুণ্ঠিত মানৱতা! সদ্যোজাত শিশুক কৰিলে হত্যা
বিশ্বনাথৰ বৰগাঙত মাতৃ আৰু আইতাকে মিলি হত্যা কৰিলে সদ্যোজাত শিশুক
News18-Assam
Updated: August 5, 2019, 10:15 PM IST
এইখন অসমতে মানৱতাক ভূলুণ্ঠিত কৰা আন এক ঘটনা। বিশ্বনাথৰ বৰগাঙত মাতৃ আৰু আইতাকে মিলি হত্যা কৰিলে সদ্যোজাত শিশুক। দেওবাৰে নিশা মুখত কাপোৰেৰে সোপা দি হত্যা কৰিলে নৱজাতকটিক। অবৈধ সম্পৰ্কৰ পৰিণতিতে জন্ম হৈছিল শিশুটি। কণমানিটিক হত্যাৰ পিছতে পলায়ন কৰে মাতৃ–আইতাকে। হত্যাকাৰী মাতৃ মীনা গোৱালা আৰু আইতাক শান্তি গোৱালাক বিচাৰি আৰক্ষীয়ে চলাই আছে অভিযান।
আৰু চাওক পৰৱৰ্তী বাতৰি