• Home
  • »
  • News
  • »
  • assam
  • »
  • BIG BREAKING: হিতেশ শৰ্মাৰ স্থানত বাবুলাল শৰ্মাক NRCৰ ৰাজ্যিক সমন্বয়কৰ দায়িত্ব

BIG BREAKING: হিতেশ শৰ্মাৰ স্থানত বাবুলাল শৰ্মাক NRCৰ ৰাজ্যিক সমন্বয়কৰ দায়িত্ব

Source-Google

Source-Google

ছুটীত আছিল আগৰ ৰাজ্যিক সমন্বয়ক হিতেশ শৰ্মা।

  • Share this:
NRCৰ ৰাজ্যিক সমন্বয়কৰ দায়িত্ব বাবুলাল শৰ্মাক অৰ্পণ।
ৰহস্য জনক ভাৱে চৰকাৰে ৰাজ্যিক সমন্বয়কৰ দায়িত্ব বাবুলাল শৰ্মাক প্ৰদান কৰে।

বাবুলাল শর্মা


ছুটীত আছিল আগৰ ৰাজ্যিক সমন্বয়ক হিতেশ শৰ্মা।
হিতেশ শৰ্মাই এইপৰ্যন্ত যোগদান কৰা নাছিল পদবীত।

হীতেশ শৰ্মা


ছুটীৰ পিছতে আছিল ৰাজ্যিক সমন্বয়কৰ পদবীত যোগদানৰ কথা আছিল। শেহতীয়া খ‍বৰ অনুসৰি ৰাজ্যিক সমন্বয়কৰ ভাৰপ্ৰাপ্ত দায়িত্বহে অৰ্পণ কৰা হৈছে বাবুলাল শৰ্মাক। উল্লেখযোগ্য যে চাৰিমাহ ধৰি দৰমহা লাভ কৰা নাই NRCৰ কৰ্মচাৰীয়ে।
First published: