• Home
  • »
  • News
  • »
  • assam
  • »
  • ‘আজাদী কা অমৃত মহোৎসৱ’ উপলক্ষে ASTCৰ বাছ মালিকলৈ চৰকাৰৰ নিৰ্দেশনা, নামানিলে ভৰিব লাগিব জৰিমনা

‘আজাদী কা অমৃত মহোৎসৱ’ উপলক্ষে ASTCৰ বাছ মালিকলৈ চৰকাৰৰ নিৰ্দেশনা, নামানিলে ভৰিব লাগিব জৰিমনা

প্ৰতিখন বাছত ১১ তাৰিখৰ পৰা ১৭ তাৰিখলৈ অহৰহ চলি থাকিব চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া থীম ছং।

প্ৰতিখন বাছত ১১ তাৰিখৰ পৰা ১৭ তাৰিখলৈ অহৰহ চলি থাকিব চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া থীম ছং।

প্ৰতিখন বাছত ১১ তাৰিখৰ পৰা ১৭ তাৰিখলৈ অহৰহ চলি থাকিব চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া থীম ছং।

  • Share this:
‘আজাদী কা অমৃত মহোৎসৱ’ৰ নামত ASTCৰ অধীনৰ বাছৰ মালিকলৈ চৰকাৰৰ নিদেৰ্শনা।
১১ আগষ্টৰ পৰা পৰা ১৭ আগষ্টলৈ ASTCৰ অধীনৰ প্ৰতিখন বাছত লগাব লাগিব ‘ঘৰে ঘৰে জাতীয় পতাকা’ লিখিত ষ্টিকাৰ। ষ্টিকাৰটোৰ বাবদ প্ৰতিখন বাছৰ মালিকে ভৰিব লাগিব ৬০০ টকাকৈ।

চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া 98540 09930 নম্বৰত ফোন কৰি লগাব লাগিব ষ্টিকাৰটো। ষ্টিকাৰ নলগালে ভৰিব লাগিব জৰিমনা। লগতে প্ৰতিখন বাছত ১১ তাৰিখৰ পৰা ১৭ তাৰিখলৈ অহৰহ চলি থাকিব চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া থীম ছং। লগত প্ৰতিখন বাছত লাগি থাকিব লাগিব জাতীয় পতাকা।
Published by:Sanjay Kumar Das
First published: