• Home
  • »
  • News
  • »
  • assam
  • »
  •  Tree Falls on Moving Auto: ধাৰাসাৰ বৰষুণত অঘটন, চলন্ত অটোত গছ বাগৰি পৰি থিতাতে মৃত্যু অটোচালকৰ

 Tree Falls on Moving Auto: ধাৰাসাৰ বৰষুণত অঘটন, চলন্ত অটোত গছ বাগৰি পৰি থিতাতে মৃত্যু অটোচালকৰ

 ধাৰাসাৰ বৰষণুণৰ মাত্ৰা বৃদ্ধি পোৱাত উভালি যায় গছ।

ধাৰাসাৰ বৰষণুণৰ মাত্ৰা বৃদ্ধি পোৱাত উভালি যায় গছ।

ধাৰাসাৰ বৰষণুণৰ মাত্ৰা বৃদ্ধি পোৱাত উভালি যায় গছ।

  • Share this:
ধাৰাসাৰ বৰষুণৰ ফলত কৰিমগঞ্জ চহৰত অঘটন। চলন্ত অটোত গছ বাগৰি পৰি থিতাতে মৃত্য অটোচালকৰ। কৰিমগঞ্জ চহৰৰ অগ্নি নিৰ্বাপক বাহিনীৰ আস্থানৰ সম্মুখত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে (Auto driver died)।

মৃত অটোচালকৰ নাম আজহাৰ উদ্দিন, ঘৰ নিলামবজাৰৰ তালতলাত। উল্লেখ্য, বিগত কেইবাদিন ধৰি অবিৰত বৰষুণ দি আছে কৰিমগঞ্জত।

কালিৰ পৰা ধাৰাসাৰ বৰষণুণৰ মাত্ৰা বৃদ্ধি পোৱাত পথৰ দাঁতিত থকা গছৰ তলৰ মাটি নৰম হৈ থকাত এনে দুৰ্ঘটনা সংঘটিত হৈছে।
Published by:Gautam Barman
First published: