ডিব্ৰুগড়ৰ বচাপথাৰত জঘন্য ঘটনা, এগৰাকী যুৱতীক গাড়ীৰ ভিতৰত বলাৎকাৰৰ চেষ্টা

যুৱকজনৰ বিৰুদ্ধে লাহোৱাল থানাত ২০৯/১৯ নম্বৰত এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

News18-Assam
Updated:September 25, 2019, 3:31 PM IST
ডিব্ৰুগড়ৰ বচাপথাৰত জঘন্য ঘটনা, এগৰাকী যুৱতীক গাড়ীৰ ভিতৰত বলাৎকাৰৰ চেষ্টা
যুৱকজনৰ বিৰুদ্ধে লাহোৱাল থানাত ২০৯/১৯ নম্বৰত এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।
News18-Assam
Updated: September 25, 2019, 3:31 PM IST
ডিব্ৰুগড়ৰ লাহোৱাল থানাৰ অন্তৰ্গত বচাপথাৰত জঘন্য ঘটনা। এগৰাকী যুৱতীক গাড়ীৰ ভিতৰত বলাৎকাৰৰ চেষ্টা। অভিযুক্ত ৰূপজ্যোতি হাতীবৰুৱা নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰিছে ঘোঁৰামৰা আৰক্ষীয়ে। যুৱকজনৰ বিৰুদ্ধে লাহোৱাল থানাত ২০৯/১৯ নম্বৰত এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

 

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি