অৱশেষত আৰক্ষীয়ে বৃহস্পতিবাৰে উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা গ্ৰেপ্তাৰ কৰিলে মহিলাগৰাকীক। বৰ্তমান মহিলা থানাত ৰখা হৈছে মহিলাগৰাকীক।
অৱশেষত আৰক্ষীয়ে বৃহস্পতিবাৰে উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা গ্ৰেপ্তাৰ কৰিলে মহিলাগৰাকীক। বৰ্তমান মহিলা থানাত ৰখা হৈছে মহিলাগৰাকীক।
পাণবজাৰ আৰক্ষীৰ জালত এগৰাকী মহিলা ATM চোৰ। ATM কাৰ্ড চুৰি কৰি মহিলা গৰাকীয়ে লুটিছিল প্ৰায় ৬৫হাজাৰ টকা। লতাশিলৰ এটা ATMৰ পৰা মহিলাগৰাকীয়ে গ্ৰাহকৰ ATM চুৰি কৰি লুটিছিল হাজাৰ হাজাৰ টকা। মহিলাগৰাকীৰ বিৰুদ্ধে বহু ঠাইত ৰুজু হৈ আছিল গোচৰ। পাণবজাৰ আৰক্ষীয়ে বহু দিন ধৰি বিচাৰি আছিল মহিলাগৰাকীক। অৱশেষত আৰক্ষীয়ে বৃহস্পতিবাৰে উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা গ্ৰেপ্তাৰ কৰিলে মহিলাগৰাকীক। বৰ্তমান মহিলা থানাত ৰখা হৈছে মহিলাগৰাকীক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|