CAAৰ বিৰুদ্ধে আজি পুনৰ ৰাজ্যজুৰি আছুৰ প্ৰতিবাদ, তেজপুৰত বিশাল গণ সমাৱেশ

News18 Assam | News18-Assam
Updated:December 24, 2019, 10:04 AM IST
CAAৰ বিৰুদ্ধে আজি পুনৰ ৰাজ্যজুৰি আছুৰ প্ৰতিবাদ, তেজপুৰত বিশাল গণ সমাৱেশ
FILE PHOTO

দিনৰ ১১ বজাৰ পৰা ৰাজ্যজুৰি আছুৱে গ্ৰহণ কৰিছে বিশাল গণ সমাৱেশৰ কাৰ্যসূচী।

  • News18 Assam
  • Last Updated: December 24, 2019, 10:04 AM IST
  • Share this:
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আজি পুনৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই। দিনৰ ১১ বজাৰ পৰা ৰাজ্যজুৰি আছুৱে গ্ৰহণ কৰিছে বিশাল গণ সমাৱেশৰ কাৰ্যসূচী।

তেজপুৰ নেহৰু ময়দানত আয়োজিত গণ সমাৱেশৰ কাৰ্যসূচীত উপস্থিত থাকিব আছুৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ লগতে NESOৰ সভাপতি–সম্পাদকেও। অংশগ্ৰহণ কৰিব ৩০টা জনগোষ্ঠীয় সংগঠনৰ সভাপতি-সম্পাদকেও। জুবিন গাৰ্গৰ লগতে অন্যান্য শিল্পীয়েও ল’ব অংশ এই কাৰ্যসূচীত।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
Published by: Sanjay Kumar Das
First published: December 24, 2019, 10:04 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading