• Home
  • »
  • News
  • »
  • assam
  • »
  • মুখ্যমন্ত্ৰীৰ আহ্বানত ব’হাগৰ বন্তি জ্বলালে অসমীয়াই, পদূলিমুখত ভাল দিনৰ প্ৰাৰ্থনা

মুখ্যমন্ত্ৰীৰ আহ্বানত ব’হাগৰ বন্তি জ্বলালে অসমীয়াই, পদূলিমুখত ভাল দিনৰ প্ৰাৰ্থনা

মুখ্যমন্ত্ৰীয়ে নিজৰ ডিব্ৰুগড়ৰ বাসগৃহত জ্বলায় বন্তি।

মুখ্যমন্ত্ৰীয়ে নিজৰ ডিব্ৰুগড়ৰ বাসগৃহত জ্বলায় বন্তি।

মুখ্যমন্ত্ৰীয়ে নিজৰ ডিব্ৰুগড়ৰ বাসগৃহত জ্বলায় বন্তি।

  • Share this:
কোৰোণাৰ বিৰুদ্ধে সংঘৱদ্ধ যুঁজৰ সংকল্প লৈ প্ৰধানমন্ত্ৰীয়ে এগচি আশাৰ চাকি জ্বলাবলৈ কোৱাৰ পিছত এইবাৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰথম ব’হাগৰ দিনটোত এগচি চাকি সন্ধিয়া পদূলিমুখত দি প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনাইছিল। অসমীয়া নৱবৰ্ষৰ উপলক্ষে এই প্ৰাৰ্থনাৰে কোৰোণাৰ সংকট দূৰ কৰিবলৈ সকলোকে প্ৰাৰ্থনা জনোৱাৰ আহ্বান কৰিছিল সোণোৱালে।


মুখ্যমন্ত্ৰী সোণোৱালে নিজৰ ডিব্ৰুগড়ৰ বাসগৃহত মঙলবাৰে সন্ধিয়া ৬বজাত এগচি চাকি জ্বলাই সকলোকে সংঘৱদ্ধ হৈ প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনায়।


মুখ্যমন্ত্ৰীৰ আহ্বানমৰ্মে অসমীয়া ৰাইজে নিজৰ পদূলিমুখত জ্বলায় ব’হাগৰ বন্তি।
Published by:Tulika Devi
First published: