বিপদত মুম্বাইত কোৰোণাত আক্ৰান্ত এগৰাকী অসমীয়া নাৰ্চ, ফেচবুক লাইভ কৰি অসম চৰকাৰৰ পৰা বিচাৰিলে সহায়

News18 Assam | News18-Assam
Updated:May 10, 2020, 7:25 PM IST
বিপদত মুম্বাইত কোৰোণাত আক্ৰান্ত এগৰাকী অসমীয়া নাৰ্চ, ফেচবুক লাইভ কৰি অসম চৰকাৰৰ পৰা বিচাৰিলে সহায়
মহাৰাষ্ট্ৰ চৰকাৰে কোৰোণাত আক্ৰান্ত অসমৰ নাৰ্চ গৰাকীক অৱহেলা কৰাৰ অভিযোগ

মহাৰাষ্ট্ৰ চৰকাৰে কোৰোণাত আক্ৰান্ত অসমৰ নাৰ্চ গৰাকীক অৱহেলা কৰাৰ অভিযোগ

  • Share this:
কোৰোণা ভাইৰাছত আক্ৰান্ত হৈছে মুম্বাইত কৰ্মৰত অসমৰ এগৰাকী নাৰ্ছ। কিন্তু মহাৰাষ্ট্ৰ চৰকাৰে কোৰোণাত আক্ৰান্ত সকলক অৱহেলা কৰাৰ অভিযোগ উত্থাপিত কৰিছে অসমৰ নাৰ্ছগৰাকীয়ে।

নাৰ্নাছগৰাকীৰ ডেইজী শইকীয়া। মুম্বাইৰ পি জি হিন্দুজা হাস্পতালত কৰ্মৰত নাৰ্ছগৰাকীৰ দেহত কোৰোণাৰ অৱস্থিতি ধৰা পৰাৰ পিছতে এতিয়া পি জি হিন্দুজা হাস্পতালখনে লোৱা নাই কোনো ব্যৱস্থা। আনকি অতি লেতেৰা পৰিবেশত কোৱাৰেন্টাইন কৰি ৰখাৰ অভিযোগ উত্থাপিত কৰিছে।

এতিয়া নিৰূপায় হৈ যুৱতীগৰাকীয়ে ফেচবুক লাইভ কৰি বিচাৰিলে অসম চৰকাৰৰ সহায়।

First published: May 10, 2020, 7:25 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading