• Home
  • »
  • News
  • »
  • assam
  • »
  • ‘জোনদা ইমান গুণ্ডা’, ‘চুৰেণ চোৰৰ পুতেক’ আদি ছবিৰ প্ৰযোজক প্ৰাঞ্জল ভৰালী আৰু নাই

‘জোনদা ইমান গুণ্ডা’, ‘চুৰেণ চোৰৰ পুতেক’ আদি ছবিৰ প্ৰযোজক প্ৰাঞ্জল ভৰালী আৰু নাই

মৃত্যুৰ সময়ত ভৰালীৰ বয়স আছিল ৬০ বছৰ।

মৃত্যুৰ সময়ত ভৰালীৰ বয়স আছিল ৬০ বছৰ।

মৃত্যুৰ সময়ত ভৰালীৰ বয়স আছিল ৬০ বছৰ।

  • Share this:
অসমীয়া ছবি প্ৰযোজক প্ৰাঞ্জল ভৰালী আৰু নাই। দীৰ্ঘ দিন ধৰি অসুস্থ হৈ আছিল প্ৰযোজকজন। দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল মহানগৰীৰ নেমকেয়াৰ হাস্পতালত। চুৰেন চোৰৰ পুতেক, জোনদা ইমান গুণ্ডা আদি কেইবাখনো ছবি প্ৰযোজনা কৰিছিল ভৰালীয়ে। মৃত্যুৰ সময়ত ভৰালীৰ বয়স আছিল ৬০ বছৰ।
Published by:Sanjay Kumar Das
First published: