• Home
  • »
  • News
  • »
  • assam
  • »
  • বিশিষ্ট ছবি পৰিচালক পুলক গগৈ অসুস্থ, জিএমচিএইচত চিকিৎসাধীন

বিশিষ্ট ছবি পৰিচালক পুলক গগৈ অসুস্থ, জিএমচিএইচত চিকিৎসাধীন

জিএমচিএইচত উপস্থিত হৈ ছবি পৰিচালকগৰাকীৰ স্বাস্থ্যৰ বুজ ল’লে মন্ত্ৰী বিমল বৰাই।

জিএমচিএইচত উপস্থিত হৈ ছবি পৰিচালকগৰাকীৰ স্বাস্থ্যৰ বুজ ল’লে মন্ত্ৰী বিমল বৰাই।

জিএমচিএইচত উপস্থিত হৈ ছবি পৰিচালকগৰাকীৰ স্বাস্থ্যৰ বুজ ল’লে মন্ত্ৰী বিমল বৰাই।

  • Share this:
বিশিষ্ট ছবি পৰিচালক পুলক গগৈ অসুস্থ। জিএমচিএইচত চিকিৎসাধীন হৈ আছে পুলক গগৈ। কিডনীৰ সমস্যাত ভুগিছে চলচ্চিত্ৰ পৰিচালকগৰাকী। বিশেষজ্ঞ চিকিৎসকৰ নেতৃত্বত চলিছে চিকিৎসা। ইফালে, জিএমচিএইচত উপস্থিত হৈ ছবি পৰিচালকগৰাকীৰ স্বাস্থ্যৰ বুজ ল’লে মন্ত্ৰী বিমল বৰাই।
Published by:Sanjay Kumar Das
First published: