মুখ্যপৃষ্ঠা » খবৰ

» অসম

»ৰাজনীতিলৈ যাব নেকি জেৰিফা ৱাহিদ? তেজপুৰত কি ক’লে অভিনেত্ৰীগৰাকীয়ে?

ৰাজনীতিলৈ যাব নেকি জেৰিফা ৱাহিদ? তেজপুৰত কি ক’লে অভিনেত্ৰীগৰাকীয়ে?

News18 Assam | News18-Assam
Updated:August 25, 2020, 3:54 PM IST
ৰাজনীতিলৈ যাব নেকি জেৰিফা ৱাহিদ? তেজপুৰত কি ক’লে অভিনেত্ৰীগৰাকীয়ে?
কেইবাগৰাকীও শিল্পীয়ে ৰাজনৈতিক দলত যোগদান কৰাৰ পিছত আজি তেজপুৰত নিজৰ মত স্পষ্ট কৰিলে জেৰিফা ৱাহিদে।

কেইবাগৰাকীও শিল্পীয়ে ৰাজনৈতিক দলত যোগদান কৰাৰ পিছত আজি তেজপুৰত নিজৰ মত স্পষ্ট কৰিলে জেৰিফা ৱাহিদে।

  • Share this:
সক্ৰিয় ৰাজনীতিলৈ আহিব নেকি অভিনেত্ৰী জেৰিফা ৱাহিদ? কেইবাগৰাকীও শিল্পীয়ে ৰাজনৈতিক দলত যোগদান কৰাৰ পিছত আজি তেজপুৰত নিজৰ মত স্পষ্ট কৰিলে জেৰিফা ৱাহিদে। News18ৰ আগত অভিনেত্ৰীগৰাকীয়ে কয় যে মই সক্ৰিয় ৰাজনীতিত যোগদান নকৰো৷ ৰাজনীতিলৈ আহিবলৈ সক্ষম হৈ উঠা নাই৷ ৰাজনীতিৰ বাবে বহু অভিজ্ঞতাৰ প্ৰয়োজন৷ এতিয়া কেৱল অভিজ্ঞতাহে বুটলিছো৷

অসমত আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰাসংগিতা আছে৷ আঞ্চলিকতাবাদক কোনেও নুই কৰিব নোৱাৰে৷ জাতি-জনগোষ্ঠীৰ অধিকাৰ সাব্যস্ত কৰাৰ স্বাৰ্থতে আঞ্চলিক ৰাজনীতিৰ বাৰুকৈয়ে প্ৰয়োজন৷ News18ৰ আগত এই কথা সদৰি কৰিলে অভিনেত্ৰী জেৰিফা ৱাহিদে৷
Published by: Sanjay Kumar Das
First published: August 25, 2020, 3:54 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি