• Home
  • »
  • News
  • »
  • assam
  • »
  • আকৌ বিয়াত বহিল অভিনেত্ৰী নিশিতা গোস্বামী! কইনাৰ ৰূপত নিশিতাই বনালে ভিডিঅ’

আকৌ বিয়াত বহিল অভিনেত্ৰী নিশিতা গোস্বামী! কইনাৰ ৰূপত নিশিতাই বনালে ভিডিঅ’

যিটো ভিডিঅ’ আপলোড কৰিছে ইউটিউবত। যিটো ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে।

যিটো ভিডিঅ’ আপলোড কৰিছে ইউটিউবত। যিটো ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে।

যিটো ভিডিঅ’ আপলোড কৰিছে ইউটিউবত। যিটো ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে।

  • Share this:
আকৌ বিয়াত বহিল অভিনেত্ৰী নিশিতা গোস্বামী! কইনাৰ সাজত জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে বনালে নিজৰ বিয়াৰ ভিডিঅ’। সামাজিক মাধ্যমত নিশিতাই আপলোড কৰিছে এই ভিডিঅ’। পিছে কাৰ সৈতে বিয়াত বহিল অভিনেত্ৰীগৰাকী?

আচলতে নিশিতাৰ এয়া আচল বিয়া নহয়। এয়া আহিবলগীয়া ছবি ‘ৰাঘব’ৰ দৃশ্যহে। যোৰহাটত পূৰ্ণোদ্যমে চলিছে ‘ৰাঘব’ৰ শ্বুটিং। যতীন বৰাৰ সৈতে নতুন ছবিখনৰ শ্বুটিঙত ব্যস্ত অভিনেত্ৰী নিশিতাও। সকলো ফালৰ পৰাই এই ছবিখন এক সৰ্বাংগসুন্দৰ ছবি হ’ব বুলি আশা প্ৰকাশ কৰিছে নিশিতা গোস্বামীয়ে।



‘ৰাঘব’ৰ ছেটৰ পৰাই অভিনেত্ৰীগৰাকীয়ে প্ৰস্তুত কৰিছে এটা ভিডিঅ’। যিটো ভিডিঅ’ আপলোড কৰিছে ইউটিউবত। যিটো ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে। ভিডিঅ’ৰ কেপচনত নিশিতাই লিখিছে – ‘আকৌ এবাৰ বিয়াত বহিলো’। বিভিন্নজনে কমেণ্ট কৰি নিশিতাক আহিবলগীয়া ছবিখনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি