‍BREAKING: আদালতত হাজিৰ কৰোৱা হ’ব জাহ্নৱী শইকীয়াক আৰু প্ৰাণময় ৰাজগুৰুক

আৰক্ষীয়ে নিজৰ জিম্মাত বিচাৰিব দুয়োকে। নিশা লতাশিল থানাৰ লকআপত ৰখা হয় প্ৰাণময় ৰাজগুৰুক। জাহ্নৱীক ৰখা হয় পাণবজাৰ মহিলা আৰক্ষী থানাত।

news18assam
Updated:May 17, 2019, 8:45 AM IST
‍BREAKING: আদালতত হাজিৰ কৰোৱা হ’ব জাহ্নৱী শইকীয়াক আৰু প্ৰাণময় ৰাজগুৰুক
আজি আদালতত হাজিৰ কৰোৱা হ'ব জাহ্নৱী শইকীয়া আৰু প্ৰাণময় ৰাজগুৰুক।
news18assam
Updated: May 17, 2019, 8:45 AM IST
আজি আদালতত হাজিৰ কৰোৱা হ’ব জাহ্নৱী শইকীয়াক আৰু আলোচনা পন্থী আলফা নেতা প্ৰাণময় ৰাজগুৰুকো। আৰক্ষীয়ে নিজৰ জিম্মাত বিচাৰিব দুয়োকে। নিশা লতাশিল থানাৰ লকআপত ৰখা হয় প্ৰাণময় ৰাজগুৰুক। জাহ্নৱীক ৰখা হয় পাণবজাৰ মহিলা আৰক্ষী থানাত।
১ মে'তে পাঞ্জাবাৰীত ভাৰাঘৰ লৈছিল জাহ্নৱীয়ে। গুৱাহাটীৰ জুৰোডৰ বিস্ফোৰণ ১৪ঘণ্টাৰ ভিতৰতে বৃহস্পতিবাৰে আৰক্ষীৰ জালত পৰিছিল অভিযুক্ত দুয়োজন। পাঞ্জাবাৰীৰ ভাৰাঘৰৰ পৰা আৰক্ষীয়ে আটক কৰিছিল শিৱসাগৰৰ জাহ্নৱী শইকীয়াক।
আৰু চাওক পৰৱৰ্তী বাতৰি