আজি দিনৰ ১২ বজাত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত গেৰুৱা দলটোত যোগদান কৰিব অভিনেত্ৰীগৰাকীয়ে।
আজি দিনৰ ১২ বজাত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত গেৰুৱা দলটোত যোগদান কৰিব অভিনেত্ৰীগৰাকীয়ে।
আজি বিজেপিত যোগদান কৰিব অভিনেত্ৰী আশা বৰদলৈয়ে। আজি দিনৰ ১২ বজাত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত গেৰুৱা দলটোত যোগদান কৰিব অভিনেত্ৰীগৰাকীয়ে। ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত দাসৰ উপস্থিতিত দলটোত কৰিব যোগদান। অভিনেত্ৰীগৰাকীৰ লগতে আন একাংশ লোকেও বিজেপিত যোগদান কৰিব বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে ‘কা’ আন্দোলনতো অংশগ্ৰহণ কৰিছিল আশা বৰদলৈয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|