உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • অভিনয় জগতৰ পৰা ৰাজনীতিলৈ আশা বৰদলৈ, কোন দলত যোগদান কৰিব আজি?

    অভিনয় জগতৰ পৰা ৰাজনীতিলৈ আশা বৰদলৈ, কোন দলত যোগদান কৰিব আজি?

    আজি দিনৰ ১২ বজাত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত গেৰুৱা দলটোত যোগদান কৰিব অভিনেত্ৰীগৰাকীয়ে।

    আজি দিনৰ ১২ বজাত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত গেৰুৱা দলটোত যোগদান কৰিব অভিনেত্ৰীগৰাকীয়ে।

    আজি দিনৰ ১২ বজাত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত গেৰুৱা দলটোত যোগদান কৰিব অভিনেত্ৰীগৰাকীয়ে।

    • Share this:
    আজি বিজেপিত যোগদান কৰিব অভিনেত্ৰী আশা বৰদলৈয়ে। আজি দিনৰ ১২ বজাত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত গেৰুৱা দলটোত যোগদান কৰিব অভিনেত্ৰীগৰাকীয়ে। ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত দাসৰ উপস্থিতিত দলটোত কৰিব যোগদান। অভিনেত্ৰীগৰাকীৰ লগতে আন একাংশ লোকেও বিজেপিত যোগদান কৰিব বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে ‘কা’ আন্দোলনতো অংশগ্ৰহণ কৰিছিল আশা বৰদলৈয়ে।
    Published by:Sanjay Kumar Das
    First published: