এজাক জোনাকীৰ মাজত নষ্টালজিক অভিনেত্ৰী আইমী বৰুৱা

মানুহ গঢ়াৰ কমাৰশাল শিশু সাৰথিত থকা প্ৰতিগৰাকী বিশেষভাৱে সক্ষম শিশুৰ লগত আইমী বৰুৱাই পাৰ কৰিলে এটা দিন৷

News18-Assam
Updated:October 1, 2019, 1:51 PM IST
এজাক জোনাকীৰ মাজত নষ্টালজিক অভিনেত্ৰী আইমী বৰুৱা
মানুহ গঢ়াৰ কমাৰশাল শিশু সাৰথিত থকা প্ৰতিগৰাকী বিশেষভাৱে সক্ষম শিশুৰ লগত আইমী বৰুৱাই পাৰ কৰিলে এটা দিন৷
News18-Assam
Updated: October 1, 2019, 1:51 PM IST
শিশু নিষ্পাপ, প্ৰতিগৰাকী শিশু একো একো পাহি ফুল৷ এয়াই অনুভৱ অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাৰ৷ মঙলবাৰে মন্ত্ৰী পীযূষ হাজৰিকাৰে বিবাহৰ অষ্টম বাৰ্ষিকীত আইমী বৰুৱা পালেগৈ ৰূপনগৰস্থিত শিশু সাৰথি৷

মানুহ গঢ়াৰ কমাৰশাল শিশু সাৰথিত থকা প্ৰতিগৰাকী বিশেষভাৱে সক্ষম শিশুৰ লগত আইমী বৰুৱাই পাৰ কৰিলে এটা দিন৷ প্ৰতিগৰাকী শিশুৰ অনুভৱৰ মাজত নিজকে বিলীন কৰি আইমী বৰুৱাই কাটিলে বিবাহ বাৰ্ষিকীৰ কেক৷

বিশেষভাৱে সক্ষম শিশু আমাৰ দৰেই৷ তেওঁলোকক বেলেগ দৃষ্টিৰে চোৱা অনুচিত – আইমী


বিশেষভাৱে সক্ষম শিশুসকলৰ মাজত প্ৰতিভাৰ অভাৱ নাই। তেওঁলোক এই সমাজৰে অভিন্ন অংগ৷ ক’লে আইমী বৰুৱাই।


প্ৰতিগৰাকী শিশুৰ অনুভৱৰ মাজত নিজকে বিলীন কৰি আইমী বৰুৱাই কাটিলে বিবাহ বাৰ্ষিকীৰ কেক৷


বিবাহ বাৰ্ষিকীৰ বিশেষ দিনটোত লগত ল’ৰা-ছোৱালী দুটাক লৈ আহি ময়ো যেন পুনৰ উভতি গ’লো শৈশৱলৈ৷’ – এইদৰেই অনুভৱ ব্যক্ত কৰিলে অভিনেত্ৰী আইমী বৰুৱাই।


 

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি