মুখ্যপৃষ্ঠা »খবৰ »অসম »Kishor Das : অসমবাসীক কন্দুৱাই গুচি গ'ল অভিনেতা কিশোৰ দাস, চেন্নাইৰ চিকিৎসালয়ত মৃত্যু

Kishor Das : অসমবাসীক কন্দুৱাই গুচি গ'ল অভিনেতা কিশোৰ দাস, চেন্নাইৰ চিকিৎসালয়ত মৃত্যু

জানিব পৰা মতে, ব্লাড কেন্সাৰত আক্ৰান্ত অভিনেতা কিশোৰ দাস শেহতীয়াকৈ কোভিডতো আক্ৰান্ত হৈছিল।

জানিব পৰা মতে, ব্লাড কেন্সাৰত আক্ৰান্ত অভিনেতা কিশোৰ দাস শেহতীয়াকৈ কোভিডতো আক্ৰান্ত হৈছিল।

জানিব পৰা মতে, ব্লাড কেন্সাৰত আক্ৰান্ত অভিনেতা কিশোৰ দাস শেহতীয়াকৈ কোভিডতো আক্ৰান্ত হৈছিল।

  • Share this:
বহু চেষ্টাৰ পিছতো বচাব পৰা নগ'ল তেওঁক। অসমবাসীক কন্দুৱাই গুচি গ'ল কিশোৰ দাস। দীৰ্ঘদিন ধৰি জটিল ৰোগত ভুগি অসুস্থ হৈ থকা অভিনেতা কিশোৰ দাসে অৱশেষত বিদায় মাগিলে এই পাৰ্থিৱ জীৱনৰ পৰা।

মহানগৰীৰ 'হেলথ চিটি'ত চিকিৎসাধীন হৈ থকাৰ পিছত ৰাওনা হৈছিল মুম্বাইলৈ। আৰু শেষত চেন্নাইৰ এখন চিকিৎসালয়ত শনিবাৰে মৃত্যুবৰণ কৰে (Actor Kishor Das Died) ২৮ বছৰীয়া তৰুণ অভিনেতা কিশোৰ দাসে।



জানিব পৰা মতে, ব্লাড কেন্সাৰত আক্ৰান্ত অভিনেতা কিশোৰ দাস শেহতীয়াকৈ কোভিডতো আক্ৰান্ত হৈছিল।

শেহতীয়া বাতৰি