মুখ্যপৃষ্ঠা »খবৰ »অসম »উন্নত চিকিৎসাৰ বাবে দেওবাৰে মুম্বাইলৈ যাব কিশোৰ দাস।মুম্বাইলৈ যোৱাৰ পুৰ্বে অভিনেতা জনে বিচাৰিছে অসমবাসীৰ আশীষ

উন্নত চিকিৎসাৰ বাবে দেওবাৰে মুম্বাইলৈ যাব কিশোৰ দাস।মুম্বাইলৈ যোৱাৰ পুৰ্বে অভিনেতা জনে বিচাৰিছে অসমবাসীৰ আশীষ

উন্নত চিকিৎসাৰ বাবে দেওবাৰে বিয়লি কিশোৰক লৈ যোৱা হ'ব মুম্বাইলৈ।মুম্বাইৰ প্ৰিন্স আলী চিকিৎসালয়ত চলিব চিকিৎসা।এই কথা সদৰি কৰিলে বৰ্তমানে চিকিৎসাধীন হেল্থ চিটি হাস্পাতালে।

উন্নত চিকিৎসাৰ বাবে দেওবাৰে বিয়লি কিশোৰক লৈ যোৱা হ'ব মুম্বাইলৈ।মুম্বাইৰ প্ৰিন্স আলী চিকিৎসালয়ত চলিব চিকিৎসা।এই কথা সদৰি কৰিলে বৰ্তমানে চিকিৎসাধীন হেল্থ চিটি হাস্পাতালে।

  • Share this:
সময়ে কেতিয়া কাৰ লগত খেলা কৰি যায় গমে নাপায়! সৌদিনালৈকে বিভিন্ন মিউজিক ভিডিও,ধাৰাবাহিকত অভিনয় কৰি থকা অভিনেতা কিশোৰ দাস বৰ্তমান দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত । এতিয়া অভিনেতাজনৰ ওচৰত সহায়ৰ হাত আগবাঢ়াইছে বিভিন্নজনে।

মাত্ৰ ২৮ বছৰ বয়সতে জটিলৰোগত আক্ৰান্ত কিশোৰ দাসক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগবঢ়াইছে ২.৫০ লাখ টকাৰ সাহায্য। অসমৰ চলচ্চিত্ৰ বিত্তী উন্নয়ন নিগমেও আগবঢ়াইছে সহায়।আনহাতে জুবিন গাৰ্গে দিব চিকিৎসাৰ বাবে মুম্বাইলৈ নিয়াৰ খৰছ।

উল্লেখ্য যে, উন্নত চিকিৎসাৰ বাবে দেওবাৰে বিয়লি কিশোৰক লৈ যোৱা হ'ব মুম্বাইলৈ।মুম্বাইৰ প্ৰিন্স আলী চিকিৎসালয়ত চলিব চিকিৎসা।এই কথা সদৰি কৰিলে বৰ্তমানে চিকিৎসাধীন হেল্থ চিটি হাস্পাতালে।এতিয়া কিশোৰৰ আশু আৰোগ্য কামনা কৰিছে তেওঁৰ অজস্ৰ গুণমুগ্ধই।

শেহতীয়া বাতৰি