জীৱন যুঁজত ক্লান্ত হৈ পৰা নাই অভিনেতা কিশোৰ দাস! জীৱনৰ জটিল ক্ষনত দৃঢ়তাৰে মুখামুখি হৈ ন উদ্যমেৰে মুম্বাইৰ চিকিৎসালয়ত সময় কটাইছে কিশোৰে। মুম্বাইৰ প্ৰিন্স আলী চিকিৎসালয়ৰ বিচনাৰ পৰাই কিশোৰে বনালে নিজৰ শুভাকাংক্ষী সকলৰ বাবে এটি ভিডিও। ভিডিঅ'টি ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰি লিখিছে- 'Nice day with new experience at Prince Aly Khan Hospital. I took my first chemotherapy and made this alongwith
মুম্বাইৰ প্ৰিন্স আলী চিকিৎসালয়ত প্ৰথমটো কেম' থেৰাপি সম্পুৰ্ণ কৰি এই ভিডিঅ'টি শুভাকাংক্ষী সকলৰ বাবে বনালে কিশোৰে।এতিয়া সকলোৰে এটাই কামণা,এই যুদ্ধত অতি শীঘ্ৰে জয়ী হৈ কিশোৰে পুনৰ ন উদ্দমেৰে অসমৰ সাংস্কৃতিক জগতখনক উপহাৰ দিব ন ন সৃষ্টি।
FIRST PUBLISHED : March 26, 2022, 19:28 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|