• Home
  • »
  • News
  • »
  • assam
  • »
  • মুখ্যমন্ত্ৰীক এইবাৰ "বুলেট মামা" আখ্যা অংকিতা দত্তৰ ! এনকাউণ্টাৰৰ তথ্য নিদিয়াক লৈ ক্ষোভ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰীৰ ...

মুখ্যমন্ত্ৰীক এইবাৰ "বুলেট মামা" আখ্যা অংকিতা দত্তৰ ! এনকাউণ্টাৰৰ তথ্য নিদিয়াক লৈ ক্ষোভ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰীৰ ...

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক এইবাৰ "বুলেট মামা" আখ্যা দিয়ে অংকিতা দত্তই। পূৰ্বে হিমন্ত বিশ্ব শৰ্মাক কংস মামা নাম দি সমালোচনা কৰিছিল অংকিতা দত্তই।

  • Share this:
ৰাজ্য চৰকাৰৰ বিৰুদ্ধে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তৰ সংবাদ মেল। গুৱাহাটীৰ ৰাজীৱ ভৱনত সংবাদ মেল অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক চোকা ভাষাৰে সমালোচনা কৰে যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভানেত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক এইবাৰ "বুলেট মামা" আখ্যা দিয়ে অংকিতা দত্তই। পূৰ্বে হিমন্ত বিশ্ব শৰ্মাক কংস মামা নাম দি সমালোচনা কৰিছিল অংকিতা দত্তই। শেহতীয়াকৈ ৰাজ্যত সংঘটিত হোৱা এনকাউন্টাৰৰ ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিয়ে যুৱ কংগ্ৰেছে। অসম প্ৰদেশ যুৱ কংগ্ৰেছে তথ্য জনাৰ আইন ২০০৫ৰ অধীনত আৰক্ষীৰ পৰা এনকাউন্টাৰৰ তথ্য বিচাৰিছিল যদিও ৰাজ্যৰ ১৭খন জিলাই এনকাউন্টাৰৰ তথ্য যুৱ কংগ্ৰেছক নিদিলে বুলি ক্ষোভ প্ৰকাশ কৰে অংকিতা দত্তই। অসমত সংঘটিত ভূৱা এনকাউন্টাৰৰ নামত আইন হাতত তুলি লোৱা অসম আৰক্ষী আৰু হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব অসম প্ৰদেশ যুৱ কংগ্ৰেছে।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি