• Home
  • »
  • News
  • »
  • assam
  • »
  • ১০০০ মেগাৱাটৰ সেউজীয়া পোহৰ পাব অসমে ! ১০০০ মেগাৱাটৰ চোলাৰ প্ৰজেক্টৰ ক্ষেত্ৰত NLCIL- APDCL ৰ বুজাবুজি ...

১০০০ মেগাৱাটৰ সেউজীয়া পোহৰ পাব অসমে ! ১০০০ মেগাৱাটৰ চোলাৰ প্ৰজেক্টৰ ক্ষেত্ৰত NLCIL- APDCL ৰ বুজাবুজি ...

১০০০ মেগাৱাটৰ সেউজীয়া পোহৰ পাব অসমে, অৱশ্যে এই প্ৰজেক্টৰ বাবে   মুঠ ৪০০০ কোটিৰ প্ৰয়োজন হব। এই ধনৰাশি কেন্দ্ৰীয় চৰকাৰে আগবঢ়াব।

  • Share this:
মঙলবাৰে ১০০০ মেগাৱাটৰ চোলাৰ প্ৰজেক্টৰ ক্ষেত্ৰত NLCIL- APDCL ৰ মাজত এক বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। দিশপুৰৰ জনতা ভৱনৰ মুখ্যমন্ত্ৰী ব্লকৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত গাম্ভিজ্যপূৰ্ণ অনুষ্ঠানত কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা, খনি, কয়লা বিভাগৰ মন্ত্ৰী প্ৰহ্লাদ যোশী আৰু মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত স্বাক্ষৰ হয় গুৰুত্বপূৰ্ণ চুক্তিখন।

অসমক ভবিষ্যতে আৰু সহায় কৰাৰ প্ৰতিশ্ৰুতিও দিয়ে কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে। ১০০০ মেগাৱাটৰ সেউজীয়া পোহৰ পাব অসমে, অৱশ্যে এই প্ৰজেক্টৰ বাবে   মুঠ ৪০০০ কোটিৰ প্ৰয়োজন হব। এই ধনৰাশি কেন্দ্ৰীয় চৰকাৰে আগবঢ়াব। NLCIL য়ে ইতিমধ্যে দেশৰ আন পাচখন ৰাজ্যত কাম আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষন প্ৰসংগত মঙলবাৰৰ চুক্তিখনক ঐতিহাসিক চুক্তি আখ্যা দিছে। কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়েও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰ প্ৰশংসাত পঞ্চমূখ হৈ পৰে।।ইফালে অসমৰ বান সাহাৰ্য্য হিচাপে NLCIL য়ে মুখ্যমন্ত্ৰী সাহাৰ্য্য পূজিলৈ ৫ কোটি টকাৰ চেকো আগবঢ়ায়।
Published by:Kokil Sarma
First published: