உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Weather: ৰাজ্যত বৃদ্ধি পাব শীতৰ প্ৰকোপ, সোমবাৰৰ পৰা কম-বেছি পৰিমাণে বৰষুণ হোৱাৰ সম্ভাৱনা, হ্ৰাস পাব তাপমাত্ৰা!

    Weather: ৰাজ্যত বৃদ্ধি পাব শীতৰ প্ৰকোপ, সোমবাৰৰ পৰা কম-বেছি পৰিমাণে বৰষুণ হোৱাৰ সম্ভাৱনা, হ্ৰাস পাব তাপমাত্ৰা!

    প্ৰচণ্ড শীতৰ কৱলত ৰাজ্য। বাঢ়িছে শীতৰ প্ৰকোপ। চাৰিওফালে ঘন কুঁৱলী। কিন্তু এতিয়াই শীতৰ পৰা পৰিত্ৰাণ নাপাই ৰাজ্যবাসীয়ে।

    প্ৰচণ্ড শীতৰ কৱলত ৰাজ্য। বাঢ়িছে শীতৰ প্ৰকোপ। চাৰিওফালে ঘন কুঁৱলী। কিন্তু এতিয়াই শীতৰ পৰা পৰিত্ৰাণ নাপাই ৰাজ্যবাসীয়ে।

    প্ৰচণ্ড শীতৰ কৱলত ৰাজ্য। বাঢ়িছে শীতৰ প্ৰকোপ। চাৰিওফালে ঘন কুঁৱলী। কিন্তু এতিয়াই শীতৰ পৰা পৰিত্ৰাণ নাপাই ৰাজ্যবাসীয়ে।

    • Share this:
    প্ৰচণ্ড শীতৰ কৱলত ৰাজ্য। বাঢ়িছে শীতৰ প্ৰকোপ। চাৰিওফালে ঘন কুঁৱলী। কিন্তু এতিয়াই শীতৰ পৰা পৰিত্ৰাণ নাপাই ৰাজ্যবাসীয়ে। সোমবাৰৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত কম-বেছি পৰিমাণে বৰষুণ হোৱাৰ সম্ভাৱনা। অহা বৃহস্পতিবাৰ পৰ্যন্ত ৰাজ্যবাসীয়ে শীতৰ পৰা পৰিত্ৰাণ পোৱাৰ কোনো সম্ভাৱনা নাই। এই তথ্য জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই।

    আজিৰ দিনটোত গুৱাহাটী মহানগৰীত ১৭ ডিগ্ৰী চেলচিয়াছৰ তললৈ নামিছে তাপ মাত্ৰা। সোমবাৰে তাপমাত্ৰা সৰ্বোচ্চ ২২ ডিগ্ৰী আৰু সৰ্বনিম্ন ১১ ডিগ্ৰী হোৱাৰ সম্ভাৱনা আছে। কিন্তু শুকুৰবাৰৰ পৰা কিছু পৰিমাণে হ্ৰাস পাব পাৰে শীত।

    কেৱল গুবাহাটীতে নহয় সোমবাৰে উজনি অসমৰ প্ৰায় সকলো জিলাতেই বাঢ়িব পাৰে শীতৰ প্ৰকোপ। আনহাতে মধ্য আৰু নামনি অসমতো হ্ৰাস পাব তাপমাত্ৰা। লগতে হ'ব পাৰে কম বেছি পৰিমাণে হ'ব পাৰে বৰষুণ।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Himangshu Bhuyan
    First published: