মুখ্যপৃষ্ঠা »খবৰ »অসম »নাগাৰা নাম পৰিৱেশন কৰি ভাইৰেল হৈ পৰা কৰিশ্মা নাথৰ বিৰুদ্ধে কি অভিযোগ সদৌ অসম নাগাৰা নাম সংঘৰ ?

নাগাৰা নাম পৰিৱেশন কৰি ভাইৰেল হৈ পৰা কৰিশ্মা নাথৰ বিৰুদ্ধে কি অভিযোগ সদৌ অসম নাগাৰা নাম সংঘৰ ?

কৰিশ্মা নাথক লৈ ৰাজ্যৰ সৰ্বত্ৰে চৰ্চা চলি থকাৰ সময়তে সদৌ অসম নাগাৰা নাম সংঘই কৰিশ্মাৰ বিৰুদ্ধে আনিছে নাগাৰ নাম বিকৃত কৰাৰ অভিযোগ। ভাইৰেল কৰিশ্মা নাথৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সদৌ অসম নাগাৰা নাম সংঘ।

  • Share this:
চৌদিশে এতিয়া নাগাৰা নাম পৰিৱেশন কৰি ভাইৰেল হৈ পৰা কৰিশ্মা নাথৰ চৰ্চা। কোনোবাই যদি কৰিশ্মাৰ প্ৰতিভাৰ প্ৰশংসা কৰিছে আন কোনোবাই কৰিশ্মাক কৰিছে সমালোচনা। ছচিয়েল মিডিয়াতো ইউজাৰসকলে কৰিশ্মাক লৈ কৰিছে কেতবোৰ মন্তব্য।

কৰিশ্মা নাথক লৈ ৰাজ্যৰ সৰ্বত্ৰে চৰ্চা চলি থকাৰ সময়তে সদৌ অসম নাগাৰা নাম সংঘই কৰিশ্মাৰ বিৰুদ্ধে আনিছে নাগাৰ নাম বিকৃত কৰাৰ অভিযোগ। ভাইৰেল কৰিশ্মা নাথৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সদৌ অসম নাগাৰা নাম সংঘ। ইয়াৰ মাজতে কৰিশ্মাই প্ৰকাশ কৰিছে নিজৰ প্ৰতিক্ৰিয়া। তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয যে এয়া বিকৃত কৰা হোৱা নাই। নামৰ মাজতে বিয়াৰ পৰিৱেশৰ বাবে বেণ্ডপাৰ্টী উপস্থাপন কৰা হৈছে। হিন্দী গীতৰ সুৰ পূৰ্বে এচামে নাগাৰা নামত সংযোগ কৰিছিল। তেতিয়া সংবিধানৰ প্ৰসংগ কিয় অহা নাছিল। পূৰ্বৰ পাঠকসকলৰ বিৰুদ্ধে কি ব্যৱস্থা লৈছিল নাগাৰা নাম সংঘই ? এনেদৰে নিজৰ মতামত প্ৰকাশ কৰিলে কৰিশ্মা নাথে ।

শেহতীয়া বাতৰি