
সোমবাৰে উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত ৰাষ্ট্ৰীয় কোম্পানী আইন প্ৰাধিকৰণে অসম চৰকাৰক হস্তান্তৰ কৰিলে কাগজ কল ৷ ইয়াৰ লগে লগে সমাধানৰ দিশে অগ্ৰসৰ হৈছে কাগজ কলৰ দীৰ্ঘদিনীয়া সমস্যাৰ ৷
সোমবাৰে উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত ৰাষ্ট্ৰীয় কোম্পানী আইন প্ৰাধিকৰণে অসম চৰকাৰক হস্তান্তৰ কৰিলে কাগজ কল ৷ ইয়াৰ লগে লগে সমাধানৰ দিশে অগ্ৰসৰ হৈছে কাগজ কলৰ দীৰ্ঘদিনীয়া সমস্যাৰ ৷
অসমৰ বন্ধ হৈ থকা দুটাকৈ বৃহৎ কাগজ কল অৱশেষত ক্ৰয় কৰিলে অসম চৰকাৰে ৷ ৩৭৫ কোটি টকাৰ বিনিময়ত অসম চৰকাৰৰ উদ্যোগিক উন্নয়ন নিগমে ক্ৰয় কৰিলে দুয়োটা কাগজ কলৰ ভূমি আৰু সকলো সা-সামগ্ৰী ৷
সোমবাৰে উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত ৰাষ্ট্ৰীয় কোম্পানী আইন প্ৰাধিকৰণে অসম চৰকাৰক হস্তান্তৰ কৰিলে কাগজ কল ৷ ইয়াৰ লগে লগে সমাধানৰ দিশে অগ্ৰসৰ হৈছে কাগজ কলৰ দীৰ্ঘদিনীয়া সমস্যাৰ ৷ চৰকাৰৰ এই পদক্ষেপক কাগজ কল কৰ্মচাৰীয়ে আদৰণি জনোৱাৰ লগতে অতি শীঘ্ৰে কৰ্মচাৰীৰ অনাদায় ধন আদায় দিবলৈ চৰকাৰক আহ্বান জনাইছে ৷ আনহাতে উক্ত কল দুটা অসম চৰকাৰে পুনৰ কাৰ্যক্ষম কৰি তুলিবলৈ আহ্বান জনাইছে কৰ্মচাৰী সকলে ৷
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|