আপোনাৰ ড্ৰাইভিং লাইচেঞ্চৰ ম্যাদ উকলিছে নেকি? পঢ়ক এই খবৰ

News18 Assam | News18-Assam
Updated:June 1, 2020, 10:03 PM IST
আপোনাৰ ড্ৰাইভিং লাইচেঞ্চৰ ম্যাদ উকলিছে নেকি? পঢ়ক এই খবৰ
কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰণালয়ৰ পিছত সিদ্ধান্ত ৰাজ্যৰ পৰিবহণ বিভাগৰ৷

কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰণালয়ৰ পিছত সিদ্ধান্ত ৰাজ্যৰ পৰিবহণ বিভাগৰ৷

  • Share this:
লকডাউনৰ মাজতে ৰাজ্যিক পৰিবহণ বিভাগে আনিছে শিথিলতা৷ ৰাষ্ট্ৰজুৰি চলি থকা লকডাউনক লৈ এই বৃহৎ সিদ্ধান্ত বিভাগটোৰ৷ কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰণালয়ৰ পিছত সিদ্ধান্ত ৰাজ্যৰ পৰিবহণ বিভাগৰ৷ সোমবাৰে এক প্ৰেছ বিজ্ঞপ্তি যোগে এই কথা সদৰি কৰিছে জনসংযোগে৷ য'ত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে তাৎক্ষণিকভাৱে জুলাইৰ ৩১তাৰিখ পৰ্যন্ত চালকৰ অনুজ্ঞাপত্ৰ, গাড়ীৰ পঞ্জীয়ন আদিকে ধৰি সকলো আনুসংগিক বিষয়ত ম্যাদ উকলিলেও কোনো ধৰণৰ জৰিমনা নিবিহবলৈ নিৰ্দেশনা দিছে৷ সকলো বাহনৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব এই নীতি৷
First published: June 1, 2020, 10:03 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading